DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰভাৱিত কৰিবলৈ দিল্লীত অখিল-পলাশ

ৰূপা চৰকাৰ by ৰূপা চৰকাৰ
January 22, 2019 9:51 pm
Citizenship Bill

জে দি ইউ নেতা কে চি ত্যাগীৰ সৈতে অখিল-পলাশ।

768
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক বিৰোধী অৱস্থান লোৱাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক প্ৰভাৱিত কৰাৰ চেষ্টাৰে নতুন দিল্লীত বাহৰ পাতিছে অখিল গগৈ আৰু পলাশ চাংমায়ে।

ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ নেতাৰ পিছত অখিল-পলাশে সোমবাৰে সাক্ষাৎ কৰে জনতা দল ইউনাইটেদ (JDU)ৰ নেতা কে চি ত্যাগী আৰু কংগ্ৰেছ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশক।

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগা ৰাজ্যসভাৰ বাজেট অধিৱেশনত আটাইকেইজন নেতাই তেওঁলোকৰ দলসমূহে বিধেয়ক বিৰোধী অৱস্থান ল’ব বুলি প্ৰতিশ্ৰুতি দিছে।

“আমি আজি ৰাতিপুৱা ত্যাগী আৰু সন্ধিয়া জয়ৰাম ৰমেশক সাক্ষাৎ কৰিছো। আৰ জে দিৰ নেতাক পূৰ্বেই আমি লগ কৰিছিলো। ৰাজ্যসভাত তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে,” নৰ্থ ইষ্ট নাও-ক জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গগৈয়ে।

বিজেপিৰ মিত্ৰ দল হোৱা সত্ত্বেও নীতীশ কুমাৰ নেতৃত্বাধীন জে দি ইউৱে বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিজেপিৰ বাহিৰে ৰাজ্যসভাত সাংসদ থকা সকলো দলকে সাক্ষাৎ কৰিব বুলি জনাইছে গগৈয়ে।

“ৰাজ্যসভাৰ অধিৱেশনত গৰিষ্ঠ সংখ্যক ৰাজনৈতিক দলে বিধেয়্ক বিৰোধিতা কৰা আমি দেখা পাম,” গগৈৰ মন্তব্য।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd