• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত লিডুত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোঁ‌ৰ সমদল

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , September 30, 2018 9:03 pm

2 min read

AJYCP Lidu
549
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এক প্ৰতিবাদী জোঁ‌ৰ সমদল কাৰ্য্যসূচী লিডুত ৰূপায়ণ কৰে৷

কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, উপদেষ্টা সঞ্জীৱ উলুপ, মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি বিমল সিংসহ শতাধিক কৰ্মী উপস্থিত থাকে।

যি সময়ত উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে তেনেস্থলত অসমত বৰ্তমানলৈকে এই ব্যৱস্থা নথকাত অসন্তুষ্টি প্ৰকাশ কৰি পৰিষদৰ নেতৃবৃন্দই এই ব্যৱস্থা প্ৰৱৰ্তনে অসমত অসমীয়া জাতিক আৰ্থ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে।

বৰ্তমান চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম এই তিনি ৰাজ্যত এই ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে অবৈধ লোকৰ আগ্ৰাসন ৰোধ কৰি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়া বুলি মন্তব্য কৰি উল্লিখিত ৰাজ্যসমূহৰ অনুৰূপ নীতিকে অসমৰ ক্ষেত্ৰতো ৰূপায়িত কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়৷

এই ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ-ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ইতিমধ্য এলানী প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে বুলি সংগঠনটোৰ জিলা সম্পাদক কাঞ্চন বৰাই জানিবলৈ দিয়ে।

‘অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘অসম চৰকাৰ মুৰ্দাবাদ’ আদি শ্ল’গানেৰে মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ কলেজ তিনি আলিৰ পৰা জোঁ‌ৰ সমদল আৰম্ভ কৰি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেদি লিডু আৰক্ষী চকীহৈ পুনৰ লিডু কলেজ তিনিআলিত প্ৰতিবাদী জোঁ‌ৰ সমদল সমাপ্ত কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd