• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই ! মুখ্যমন্ত্ৰী সোণোৱাল এতিয়া কাৰ পক্ষত থাকিব স্পষ্ট কৰাৰ আহ্বান অখিল গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 6:52 pm
akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰাৰ বাবে সাজু হৈছে। গতিকে ‘জাতীয় নায়ক’ৰ খিতাপ লৈ থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া অসমৰ ৰাইজৰ পক্ষত থাকিব নে নাগপুৰ-দিল্লীৰ ওচৰত নতশিৰ কৰিব সেই কথা অসমবাসীৰ আগত স্পষ্ট কৰাৰ অহ্বান জনাইছে কৃষক নেতা অখিল গগৈয়ে।

মঙলবাৰে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান জনাই কয়, ‘’বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সন্দৰ্ভত প্ৰস্তাৱ লৈছে। গতিকে এসময়ৰ আছুৰ সভাপতি তথা ‘জাতীয় নায়ক’ৰ খিতাপ লোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আপুনি এতিয়া কাৰ পক্ষত থাকিব? অসমৰ ৰাইজৰ পক্ষত নে দিল্লীৰ পক্ষত? অসম চুক্তিৰ পক্ষত নে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত? আপুনি অসমৰ ৰাইজক আপোন বুলি ভাৱে নে, নাগপুৰ-দিল্লীৰ নিৰ্দেশ মানি এনেকৈ আগবাঢ়ি যাব?’’

Apply Now

উল্লেখ্য যে, নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকত ইতিমধ্যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰাৰ বাবে বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। এই বৈঠকত উপস্থিত আছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই বৈঠকৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণেও সংবাদমাধ্যমৰ আগত এই বিধেয়কখন গৃহীত কৰাতো বিজেপিৰ এটা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি বুলি জানিবলৈ দিয়ে।

ইপিনে, কালি নতুন দিল্লীৰ কনষ্টিটিউশ্যন হলত অনুষ্ঠিত এখন আলোচনা চক্ৰত বিজেপিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক ৰাম মাধৱেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা কোৱা বুলি অখিল গগৈয়ে প্ৰকাশ কৰে।

অখিল গগৈয়ে কয়, ‘সঁচাকৈয়ে যদি মুখ্য মন্ত্ৰী সোণোৱালে অসমত থকা ২০ লাখ হিন্দু বাংলাদেশীৰ উপৰিও বাংলাদেশত থকা ১ কোটি ৭০ লাখ হিন্দু লোকক লগ লগাই মুঠ ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচেৰিছে সেই কথা অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰক’।

কৃষক নেতাজনে মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মে’ত কেইবাটাও সংবাদ মাধ্যমৰ সম্পাদক সকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি কোৱা ‘যদি মই অসমৰ ৰাইজৰ স্বাৰ্থই সুৰক্ষিত কৰিব নোৱাৰো, মই মুখ্য মন্ত্ৰী হৈ থকাৰ অৰ্থই বা কি?’ বোলা কথাষাৰৰ উদ্ধৃতি দি তেওঁ কয় যে অসমৰ ৰাইজৰ আগত এতিয়া ‘অসম চুক্তি’ সন্দৰ্ভত তেওঁৰ স্থিতি জনাব লাগে।

ইপিনে, বিজেপিয়ে এই প্ৰস্তাৱ লোৱাৰ পাছতো সদৌ অসম ছাত্ৰ সন্থাই এই পৰ্যন্ত এই বিষয়ত মাত নমতা কথাটোত অখিল গগৈয়ে ধিক্কাৰ দিয়ে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd