• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 9:06 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ ছেপ্টেম্বৰত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁয়ে সামাজিক মাধ্যম ফেচবুকত প্ৰকাশ কৰা এক মতামৰ তীব্ৰ বিৰোধিতা কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে লিখা এখন মুকলি চিঠিত বিধায়কগৰাকীয়ে জ্যেষ্ঠ বাওঁপন্থী চিন্তাবিদগৰাকীৰ বিৰুদ্ধে চৰিত্ৰহনন আৰু মূলসুঁতিৰ বুৰ্জোৱা দল কংগ্ৰেছৰ প্ৰতি অহেতুক দুৰ্বলতা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ড° গোহাঁয়ে নিজৰ লেখাত অখিল গগৈৰ ৰাজনৈতিক উত্থানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্থানৰ দৰেই ৰাজ্যৰ বাবে “বিপদজনক” বুলি আখ্যা দিয়াৰ লগতে তেওঁৰ একমাত্ৰ লক্ষ্য যিকোনো উপায়েৰে ওপৰলৈ যোৱা বুলি কটাক্ষ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত গগৈয়ে এই মন্তব্যক মাৰ্ক্সীয় চিন্তাৰ বস্তুনিষ্ঠতাৰ পৰিৱৰ্তে এক বিশুদ্ধ ব্যক্তিকেন্দ্ৰিক আক্ৰমণ আৰু দীৰ্ঘদিনীয়া গণসংগ্ৰামক লঘূ কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছে।

 

Apply Now

অখিল গগৈয়ে তেওঁৰ চিঠিত বিৰোধী ঐক্যৰ নামত ড° গোহাঁয়ে কংগ্ৰেছক দিয়া অন্ধ সমৰ্থনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁৰ মতে, দশক দশক ধৰি দেশত স্বৈৰতান্ত্ৰিক শাসন চলোৱা আৰু নব্য-উদাৰবাদী নীতিৰে অৰ্থনীতি ধ্বংস কৰা কংগ্ৰেছৰ দৰে এটা আদৰ্শহীন আৰু দেউলীয়া দলৰ ওচৰত অসমবাসীৰ আঞ্চলিক স্বাভিমান আত্মসমৰ্পণ কৰোৱাটো একপ্ৰকাৰৰ ঐতিহাসিক বিশ্বাসঘাতকতা। ২০২১ চনৰ নিৰ্বাচনত সাম্প্ৰদায়িক শক্তি এআইইউডিএফৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি আঞ্চলিক দলসমূহক প্ৰতাৰণা কৰাৰ সময়তো ড° গোহাঁয়ে কংগ্ৰেছক ৰক্ষণাবেক্ষণ দিয়া বুলি গগৈয়ে অভিযোগ কৰে। বিধানসভাৰ মজিয়াত একমাত্ৰ বিৰোধীৰ দৰে ৰাইজৰ দলে চৰকাৰক প্ৰশ্নবাণৰে থকা-সৰকা কৰাৰ বিপৰীতে কংগ্ৰেছ বিধায়িনী দলৰ ভূমিকা দুখলগাকৈ দুৰ্বল আৰু আত্মসমৰ্পণকাৰী বুলিও তেওঁ দাবী কৰিছে।

 

শাসকীয় বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক আৰু ফেচীবাদী নীতিৰ বিৰুদ্ধে ৰাইজৰ দলৰ নিৰন্তৰ সংগ্ৰামৰ কথা উল্লেখ কৰি অখিল গগৈয়ে অসমৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ বিকল্প অৰ্থনীতি আৰু শাসনৰ পাঁচটা মূল স্তম্ভ ৰাজহুৱা কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত আধুনিক কৃষি ব্যৱস্থা আৰু এমএছপিৰ (MSP) গেৰাণ্টিৰে ‘সেউজ স্বৰাজ’, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠাৰে ‘গ্ৰাম্য স্বৰাজ’, ডিজিটেল অৰ্থনীতিৰে ‘নগৰ স্বৰাজ’, নিবনুৱা যুৱক-যুৱতীক পেছাগত প্ৰশিক্ষণ দিবলৈ ‘ফিনিছিং স্কুল’ স্থাপন আৰু খিলঞ্জীয়াৰ বজাৰ দখলৰ জৰিয়তে স্বাৱলম্বী অৰ্থনীতি নিৰ্মাণ কৰা আদি প্ৰধান।

 

পত্ৰখনৰ সামৰণিত বিধায়কগৰাকীয়ে ড° গোহাঁইক প্ৰতিশোধ আৰু কংগ্ৰেছপ্ৰীতিৰ ৰাজনৈতিক চশমা খুলি ৰাইজৰ দলৰ এই নৱীন বিকল্পক বাস্তৱিক দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ সম্পদ আৰু মাটিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ সংবিধানৰ ৩৭১ক অনুচ্ছেদ আদায় কৰাৰ যুঁজখন কেতিয়াও সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ কৰ্মসূচীৰ সৈতে একে হ’ব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd