• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক নেতা অখিল গগৈৰ মুক্তি কামনাৰে নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি জ্বলাই প্ৰাৰ্থনা মাতৃ প্ৰিয়দা গগৈৰ 

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
January 5, 2021 8:45 pm
150
VIEWS
Share on FacebookShare on Twitter

বিগত এটা বছৰে কাৰবন্দী হৈ থকা যোৰহাট জিলাৰ চেলেং লুখুৰাখনৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ প্ৰতীক্ষাত নিতৌ বাট চাই ৰৈছে অখিল গগৈৰ ৰূগীয়া মাতৃ।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অখিল গগৈৰ ওপৰত ইটোৰ পাছত সিটো নতুন গোচৰ জাপি দি অখিল গগৈক বন্দী কৰি ৰখাৰ পাছত ক্ৰমাৎ হতাশ হৈ পৰিছে মাতৃ প্ৰিয়দা গগৈ।

পুত্ৰক বিনা দোষত কাৰাবন্দী কৰি ৰখা বুলি বিশ্বাস কৰা অখিল মাতৃয়ে ভাৰতৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি অখিলক মুক্তি দিব বুলি নিতৌ পৰম আশাৰে বাট চাই আহিছে কিন্ত অখিলৰ জামিনৰ শুনানী শেষ হোৱা পাছতো আজি পৰ্যন্ত মাতৃৰ আশা পুৰণ কৰি অখিল গগৈ মুকলি আকাশৰ তললৈ নাহিল।

অখিল গগৈৰ দৃঢ়মনা সাহসী মাতৃ প্ৰিয়দা গগৈৰ বাবে যেন এতিয়া ভগবানে শেষ ভৰষা হৈ পৰিছে।

ৰুগীয়া দেহাৰে অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে মৰিয়নী চেলেংহাট লুখুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত এগছি বন্তি জ্বলোৱা লগতে অখিলৰ মুক্তি কামনাৰে ভগৱন্তৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে।

‘‘মোৰ অখিলে একো দোষ কৰা নাই, বিনা দোষত ইমান কষ্ট দিছে লৰাটোক। অকলশৰীয়া বিধৱা মাতৃৰ কাষৰ পৰা লৰাটোক আঁতৰাই ৰাখি বহুত অন্যায় কৰা হৈছে’’ অখিল মাতৃয়ে চকু পানী টুকি সাংবাদিকৰ আগত এইদৰে কয়।

দীৰ্ঘদিনৰ পৰা উচ্চ ৰক্তচাপৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত অখিল মাতৃ প্ৰিয়দা গগৈ পুত্ৰৰ কাৰামুক্তিৰ চিন্তাতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে বুলি জানিবপৰা গৈছে ।

আনহাতে কৃষক নেতা গৰাকীৰ জামিনৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছতো ন্যায়ালয়ে ৰায় নিদিয়াত এতিয়া অখিল গগৈৰ মুক্তি সন্দৰ্ভত অনিশ্চয়তা আহি পৰিছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd