• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোট গণনালৈ মাজত মাত্ৰ ১২ ঘণ্টা, শিৱসাগৰত বিজেপি প্ৰাৰ্থীয়ে ২০০ যুৱকৰ হতুৱাই হত্যাৰ পৰিকল্পনা কৰা বুলি অখিল গগৈৰ বিস্ফোৰক অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:27 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচন, ২০২৬ ৰ ভোট গণনালৈ মাজত মাত্ৰ ১২ ঘণ্টা বাকী থকা অৱস্থাত দেওবাৰে শিৱসাগৰত এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বিৰোধী মিত্ৰজোঁটে ৭০ খন আসন লাভ কৰি ৰাজ্যত নতুন চৰকাৰ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰাৰ লগতে গগৈয়ে অভিযোগ কৰে যে ভোট গণনাৰ দিনাই তেওঁক হত্যা কৰাৰ বাবে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে এক ভয়ংকৰ পৰিকল্পনা কৰিছে। সোমবাৰে পুৱা আৰম্ভ হ’বলগীয়া ভোট গণনা প্ৰক্ৰিয়াৰ পূৰ্বে উত্থাপিত এই গুৰুতৰ অভিযোগে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সংবাদ মেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, “কুশল দুৱৰীয়ে বিভিন্ন ব্যক্তিৰ সন্মুখত মোক গণনাৰ দিনাই গুলীয়াই হত্যা কৰিম বুলি মুকলিকৈ জনাইছে। প্ৰায় দুশ যুৱকৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ ভয়ংকৰ পৰিকল্পনা কৰা হৈছে।” তেওঁ দাবী কৰে যে এই ভাবুকিৰ পৰিসৰ কেৱল তেওঁৰ মাজতেই আৱদ্ধ থকা নাই, বৰঞ্চ তেওঁৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈকো একেদৰেই প্ৰাণে মৰাৰ হুংকাৰ দিয়া হৈছে। বিৰোধী মিত্ৰজোঁটৰ সম্ভাৱ্য বিজয়ত শংকিত হৈয়েই বিৰোধী পক্ষই এনেধৰণৰ কূটাঘাতমূলক কাৰ্যপন্থা হাতত লোৱা বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

Apply Now

নিজৰ আৰু সতীৰ্থসকলৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি অখিল গগৈয়ে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ জানিবলৈ দিয়ে যে এই গুৰুতৰ বিষয়টো সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে বিশেষ শাখাৰ সঞ্চালক প্ৰধানক ইতিমধ্যে সবিশেষ অৱগত কৰা হৈছিল। পিছে প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো সুদুত্তৰ লাভ নকৰা বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। আৰক্ষীৰ এনে নীৰৱতাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰাপত্তাজনিত দিশটোক লৈও প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰিছে বুলি তেওঁ মন্তব্য কৰে।সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে প্ৰশাসনে ভোট গণনা কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। অখিল গগৈয়ে উত্থাপন কৰা এই গুৰুতৰ অভিযোগৰ সত্যসত্যতা আৰু ইয়াৰ পৰৱৰ্তী প্ৰশাসনিক পদক্ষেপৰ বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd