• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ হিন্দু সন্ত্ৰাসবাদীৰ তথ্য আৰক্ষীক দিব অখিল গগৈয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 11:19 pm
AkhilGogoi

অখিল গগৈ। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰৰ দিনটোত গুৱাহাটীত অনুষ্ঠিত দুখনকৈ গুৰুত্বপূৰ্ণ সংবাদমেলৰ পিছত প্ৰশ্ন উঠিছে হিন্দু সন্ত্ৰাসবাদীৰ তথ্য অসম আৰক্ষীক দিব নেকি অখিল গগৈয়ে?

হিজবুল মুজাহিদিনৰ সৈতে সম্পৰ্ক থকা অসমৰ কেইজনমান যুৱকক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰসংগত অখিল গগৈয়ে সংবাদমেলত কৰা মন্তব্যৰ পিছতে আন এখন সংবাদমেলত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই কৃষক মুক্তিৰ নেতাজনক জনোৱা আহ্বানৰ ফলতে উদয় হৈছে এই প্ৰশ্নৰ।

Apply Now

‘ইছলামিক সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন’ কৰাৰ লগতে ‘শেহতীয়াকৈ আৰ এচ এচৰ প্ৰভাৱত’ ‘গা কৰি উঠা’ ‘হিন্দু সন্ত্ৰাসবাদী সংগঠনসমূহক’ ‘পুলিয়ে পোখাই উভালি পেলাবৰ বাবে আহ্বান’ জনাইছিল অখিল গগৈয়ে।

‘ইছলামিক সন্ত্ৰাসবাদীক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। শেহতীয়াকৈ আৰএছএছৰ প্ৰভাৱত হিন্দু সন্ত্ৰাসবাদী সংগঠনবিলাকে গা কৰি উঠিছে। আৰ এছ এছৰ প্ৰভাৱত গঢ় লৈ উঠা সংগঠনসমূহক পুলিয়ে পোখাই উভালি পেলাবৰ বাবে আহ্বান জনাইছো,’ এয়া আছিল অখিল গগৈৰ অসম আৰক্ষীৰ প্ৰতি আহ্বান।

অখিল গগৈৰ মন্তব্যৰ প্ৰতি সঁহাৰিৰূপে অসমত ‘হিন্দু উগ্ৰবাদী’ গা কৰি উঠাৰ তথ্য থাকিলে আৰক্ষীক যোগান ধৰাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া ভট্টাচাৰ্য্যই আহ্বান জনাইছিল।

‘তেওঁৰ হাতত যদি তথ্য আছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰিব লাগে। তেওঁ আহক আৰু তেওঁৰ হাতত যি-যি তথ্য পাতি আছে, আমাক যোগান ধৰক,’ এয়া আছিল আৰক্ষী বিষয়া ভট্টাচাৰ্য্যৰ আহ্বান।

ভট্টাচাৰ্য্যই লগতে কয়, ‘হিন্দু উগ্ৰবাদী সংগঠনো যদি গা কৰি উঠে, তেন্তে আমি তেওঁলোকৰ ওপৰতো চোকা দৃষ্টি ৰাখিম।’

আৰক্ষী বিষয়াগৰাকীৰ এই আহ্বানৰ ফলত ‘ধৰ্মীয় মৌলবাদী’ খেলৰ বলটো এতিয়া আহি অখিল গগৈৰ ক’ৰ্টত পৰিছে।

বিশেষ শাখাৰ বিষয়াজনৰ এই আহ্বানৰ পিছত কৃষক নেতাজনৰ সঁহাৰি লক্ষণীয় হ’ব।

অখিল গগৈয়ে পূৰ্বে আৰ এচ এচৰ কেন্দ্ৰত কিশোৰী-যুৱতীক বন্দুক চালনাৰ প্ৰশিক্ষণ দিয়াক লৈ আপত্তি কৰি তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd