• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছলৈ আলটিমেটাম অখিল গগৈৰ: ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত মিত্ৰতা নহ’লে এককভাৱে যুঁজিব ৰাইজৰ দলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 4:46 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত কৰাৰ বাবে ১৯ ফেব্ৰুৱাৰীক অন্তিম সময়সীমা হিচাপে নিৰ্ধাৰণ কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত সম্ভাৱ্য সংঘাতৰ ইংগিত দি গগৈয়ে শনিবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মিত্ৰতাৰ আলোচনা সন্দৰ্ভত এক নতুন সতৰ্কবাণী জাৰি কৰি বিধায়কগৰাকীয়ে জনায় যে যদি ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত কোনো বুজাপৰাত উপনীত হ’ব পৰা নাযায়, তেন্তে ৰাইজৰ দলে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তেওঁ লগতে উল্লেখ কৰে যে যদি আগন্তুক পাঁচ দিনৰ ভিতৰত মিত্ৰতা সম্ভৱ নহয়, তেন্তে ১৯ ফেব্ৰুৱাৰীতেই দলীয় প্ৰাৰ্থীৰ নাম আৰু প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

Apply Now

মন কৰিবলগীয়া যে, ১৪ ফেব্ৰুৱাৰীত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ বাবে ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, দলটোৰ এই পদক্ষেপে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতিৰেই ইংগিত বহন কৰিছে।

সৃজনগ্ৰাম সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পাৰভেজ ৰহমানে এই নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰে। বঙাইগাঁৱৰ অভয়াপুৰীস্থিত চিলাৰায় ভৱনত জিলা সভাপতি মহীধৰ ৰায় আৰু দলৰ অন্যান্য নেতৃবৰ্গৰ উপস্থিতিত এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰা হয়।

সংবাদ মাধ্যমক সম্বোধন কৰি ৰহমানে সমষ্টিটোৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আন্তঃগাঁথনি উন্নয়ন, উন্নত জনসেৱা আৰু তৃণমূল পৰ্যায়ৰ কল্যাণমূলক আঁচনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে দলৰ কাৰ্যসূচী সদায় জনমুখী আৰু জবাবদিহি হ‘ব।

পাৰভেজ ৰহমানে লগতে দৃঢ়তাৰে কয় যে সৃজনগ্ৰামৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হ‘লে তেওঁ সকলো সময়তে ৰাইজৰ বাবে সহজলভ্য হৈ থাকিব। তেওঁৰ মতে, নিৰ্বাচিত হ’লে ৰাইজে যিকোনো সময়তে তেওঁলোকৰ প্ৰতিনিধিক লগ পাবলৈ সক্ষম হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd