• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশাল CAA বিৰোধী সভা; ২১-ৰ নিৰ্বাচনত শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে- শৃংখল চলিহা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 11, 2020 5:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত আজিৰৰ পৰা পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ হৈছে। ‘কা’ বাতিলৰ দাবীত আজি হাজাৰ হাজাৰ লোক শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহে।

শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিস্থিত টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰত কুৰিটাতকৈ অধিক জাতীয় দল সংগঠনৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

Apply Now

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত এই বিশাল গণ প্ৰতিবাদ  অনুষ্ঠিত হয়।

প্ৰতিবাদী সভাৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ইয়াৰ পাছতেই জাতীয় দল সংগঠনৰ নেতাৰ উদাত্ত ভাষণে কপাই তোলে শিৱসাগৰ। ক’ৰ’নাৰ ভয়াৱহতাৰ পাছত শিৱসাগৰৰ পৰাই আজি পুনৰ  কা’ বিৰোধী আন্দোলন আৰম্ভ হয়।

প্ৰতিবাদী সভাত শিল্পী মানস ৰবীন, ৰাইজৰ দলৰ মুখপাত্ৰ ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱা, শৃংখল চলিহা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিত দত্ত, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সস্থাৰ সম্পাদক পৰশ জ্যোতি দাস, জাগৃত মহিলা সমাজ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, মৰিয়া যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি বহু দল সংগঠনৰ নেতাই ভাষণ প্ৰদান কৰে।

সকলোৰে এটাই দাবী কা’ বাতিল কৰিব লাগিবই আৰু কা’ বাতিল নকৰা পৰ্যন্ত অসমীয়া ৰাইজে ৰাজপথত আন্দোলন কৰি থাকিব।

ইপিনে, আজি প্ৰায় এটা বছৰ কাৰাগাৰত বন্দী কৰি ৰখা অখিল গগৈক অতি শীঘ্ৰে মুক্তিৰ দাবী তোলে সকলো দল সংগঠনে।

এই প্ৰতিবাদস্থলীৰ পৰাই ৭০ টা জাতীয় দল সংগঠনে অনাগত ২০২১ ৰ নিৰ্বাচনত অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰে।

প্ৰতিবাদী সভাৰ পাছতেই কেইবা হাজাৰ লোকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। হাজাৰ হাজাৰ লোকে সমগ্ৰ শিৱসাগৰ চহৰ সমদল কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে ৰাজপথ কপাই তোলে।

প্ৰতিবাদী সভাত যুৱ নেতা শৃংখল চলিহাৰ উদাত্ত ভাষণে সকলোকে আকৰ্ষিত কৰে। ভাষণত চলিহাই বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, আৰএচএচক তীব্ৰ সমালোচনা কৰে।

২০২১ ৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক গাদীৰ পৰা উফৰাই দিয়াৰ হুংকাৰ দিয়ে শৃংখল চলিহাই।

তেওঁ লগতে কয়,  শিৱসাগৰবাসীৰ বাবে আজি এটা ভাল খবৰ। শিৱসাগৰৰ উন্নয়ণৰ বাবে ২১’ৰ নিৰ্বাচনত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৱ বুলি ঘোষণা কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd