• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ২৯ আগষ্টৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কোচ ৰাজবংশী ছাত্ৰ-সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2018 6:48 pm
Akrasu
176
VIEWS
Share on FacebookShare on Twitter

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা সূত্ৰৰ পৰা এই কথা জানবি পৰা গৈছে। ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা বুলি অভিযোগ আনিছে।

ইয়াৰ প্ৰতিবাদত ২৯ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম-কমতাপুৰ বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

আনহাতে আক্ৰাছুৱে আহ্বান জনোৱা এই অসম বন্ধলৈ সমৰ্থন আগ বঢ়াইছে চিলাৰায় সেনা, কোচ ৰাজবংশী মহিলা সমিতি আৰু অসম কোচ ৰাজবংশী সন্মিলনীয়ে।

উল্লেখযোগ্য যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত যোৱা ৬ আগষ্টত কোচ ৰাজবংশী সন্মিলনীয়ে কোকৰাঝাৰৰ চৌতাৰা ৰেইল ষ্টেইশ্যনত ৰেইল অৱৰোধ কাৰ্য্যসূচী লৈছিল।

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাত কেইবাজনো লোক আহত হৈছিল। তাৰ প্ৰতিবাদত কোচ সন্মিলনীয়ে যোৱা ১৪ আগষ্টত অসম বন্ধ দিছিল যদিও পিছত সেয়া প্ৰত্যাহাৰ কৰে।

মন কৰিব লগীয়া কথাটো হ’ল বিগত তিনি দশক ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্য্যন্ত জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ প্ৰাথমিক কামেই আৰম্ভ হোৱা নাই।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd