DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আয়ুৰ্বেদিক কাৰণত প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 7:44 pm
774
VIEWS
Share on FacebookShare on Twitter

মেন ভাৰ্ছেছ ৱাইল্ডৰ জৰিয়তে বিশ্বজুৰি জনপ্ৰিয়হোৱা বীয়েৰ গ্ৰিলছ আৰু হুমা কুৰেশ্বিৰ সৈতে হোৱা এক লাইভ ইষ্টাগ্ৰাম সাক্ষাৎকাৰত বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে তেওঁ প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বুলি মত প্ৰকাশ কৰে।

অভিনেতা গৰাকীয়ে তেওঁ আয়ুৰ্বেদিক কাৰণতে প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বুলিও লগতে কয়।

‘ইনটু দ্যা ৱাইল্ড’ত গ্ৰিলছে কেনেদৰে অক্ষয় কুমাৰক হাতীৰ বিষ্ঠাৰ চাহ খাবলৈ সন্মত কৰালে বুলি হুমা কুৰেশ্বিয়ে সোধা এক প্ৰশ্নৰ উত্তৰত অক্ষয় কুমাৰে তেওঁ হাতীৰ বিষ্ঠাৰ চাহ গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ আছিল বুলি জনায় আৰু তেওঁ প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বুলি কয়।

গোমূত্ৰক লৈ দেশত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়তে বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে প্ৰতিদিনে গোমূত্ৰক আয়ুৰ্বেদিক কাৰণত গ্ৰহণ কৰা বুলি কৰা মন্তব্যই অনাগত দিনত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেয়া সময়েহে ক’ব।

উল্লেখযোগ্য যে, অক্ষয় কুমাৰে অলপতে বীয়েৰ গ্ৰিলছৰ সৈতে ‘ইনটু দ্যা ৱাইল্ড’ত একেলগে ভূমুকি মাৰিছিল।

অক্ষয় কুমাৰৰ পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো বীয়েৰ গ্ৰিলছৰ সৈতে উত্তৰাখণ্ডৰ জিম কৰবেট অভয়াৰণ্যত এক অনুষ্ঠানৰ দৃশ্যগ্ৰহণ কৰিছিল।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd