• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আল ফালাহ গ্ৰুপৰ অধ্যক্ষ জাৱেদ ছিদ্দিকীক ধন সৰবৰাহৰ গোচৰত ১৩ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মাত প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2025 4:06 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে পুৱা (১৯ নৱেম্বৰ, ২০২৫) দিল্লীৰ আদালতে আল ফালাহ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক জাৱেদ আহমেদ ছিদ্দিকীক ১৩ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে।

মঙলবাৰে (১৮ নৱেম্বৰ) সন্ধিয়া সন্ত্ৰাসবাদ সম্পৰ্কীয় ধন সৰবৰাহৰ গোচৰৰ অধীনত গ্ৰেপ্তাৰ হোৱা ছিদ্দিকীক মাজনিশাৰ ওচৰত নিজৰ বাসগৃহত অতিৰিক্ত ন্যায়িক দণ্ডাধীশ শীতল চৌধুৰী প্ৰধানৰ সন্মুখত হাজিৰ কৰোৱা হয়। এই কাৰ্য্যবিধি নিশা ১ বজালৈকে চলে।

Apply Now

ইডিয়ে অভিযোগ কৰিছে যে আল ফালাহ বিশ্ববিদ্যালয়ে ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বুলি মিছাকৈ দাবী কৰিছিল আৰু ইয়াৰ এনএএচি (নেচনেল এচেছমেণ্ট এণ্ড এক্ৰিডিটেচন কাউন্সিল)ৰ স্বীকৃতিৰ মৰ্যাদাক ভুলকৈ উপস্থাপন কৰিছিল।

উল্লেখ্য যে এন এ চি হৈছে ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) পুঁজিৰে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদান কৰা স্বায়ত্তশাসিত সংস্থা।

সংস্থাটোৱে অভিযোগ কৰে যে ২০১৮-২০২৫ বিত্তীয় বৰ্ষত বিশ্ববিদ্যালয়খনে ৪১৫.১০ কোটি টকা শৈক্ষিক ৰাজহ লাভ কৰিছিল, যিটো ২০১৮ চনৰ পাছত প্ৰতি বছৰে অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা দেখা গৈছিল।

ইডিয়ে জনোৱা মতে, ২০১৮-২০১৯ চনত বিশ্ববিদ্যালয়খনে ২৪.২১ কোটি টকাৰ ৰাজহ লাভ কৰিছিল যিটো ২০২৪-২০২৫ চনত ৮০.১০ কোটি টকালৈ বৃদ্ধি পাইছে।

ইডিৰ হৈ আদালতত হাজিৰ হোৱা বিশেষ অধিবক্তা ছাইমন বেঞ্জামিনে দাবী কৰে যে সংস্থাটোৰ তদন্তত দেখা গৈছে যে মানুহৰ পৰা পোৱা ধন আৰু ছাত্ৰৰ মাচুল ব্যক্তিগত ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে দিনজোৰা তালাচীৰ অন্তত মঙলবাৰে (১৮ নৱেম্বৰ) সন্ধিয়া ছিদ্দিকীক ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত জিম্মাত লোৱা হয়।

আল ফালাহ ট্ৰাষ্ট আৰু বিশ্ববিদ্যালয়ৰ ১৯টা চৌহদত তালাচীৰ সময়ত ইডিয়ে প্ৰায় ৪৮ লাখ টকা নগদ ধন জব্দ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

August 9, 2026 8:51 am
সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

August 9, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd