• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এলিয়েন’বিলাকৰ স্বভাৱ কেনেকুৱা? হিংস্ৰ নে বন্ধুত্বসুলভ? চাওক এইজন বিজ্ঞানীয়ে কি ক’লে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 2:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিঃজগতৰ প্ৰাণী এলিয়েনৰ ধাৰণাক লৈ পৃথিৱীৰ মানুহৰ কল্পনাৰ অন্ত নাই।

এলিয়েনবিলাক দেখিবলৈ কেনেকুৱা?

Apply Now

এলিয়েনবিলাক মানুহতকৈও উন্নত নেকি?

নে সিহঁত মানুহৰ দৰেই, বন্ধুবৎসল?

অথবা সিহঁত হিংসুক নেকি?

এই প্ৰশ্নসমূহৰ উত্তৰৰ বাবে কল্পবিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে জাপানৰ এজন পদাৰ্থবিজ্ঞানী তথা বিশ্ববিখ্যাত কল্পবিজ্ঞান লেখক মিচিও কাকুৱে (Michio Kaku) এলিয়েন সম্পৰ্কে এটা নতুন ধাৰণা দিছে।

তেওঁৰ মতে, এলিয়েনবিলাক বন্ধুত্বপূৰ্ণও হ’ব পাৰে, কিন্তু পৰিস্থিতি অনুযায়ী হিংস্ৰও হ’ব পাৰে।

ইমানেই হিংস্ৰ হ’ব পাৰে যে মানৱজাতিৰ বাবে সি বিৰাট ক্ষতিকাৰকো হ’ব পাৰে।

বিজ্ঞানীজনে এজন ভাৰতীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়।

তেওঁ কয় যে পৃথিৱীৰ প্ৰতি এলিয়েনবিলাকে এটা হিংস্ৰ মনোভাৱ পোষণ কৰে কিন্তু পৰিস্থিতি অনুযায়ী বন্ধুত্বমূলক আচৰণো কৰিব পাৰে।

তেওঁ আশা কৰে যে বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত এসময়ত এক ধৰণৰ উন্নত ৱেব টেলিস্কোপ (Webb telescope) আৱিষ্কাৰ হ’ব, যাৰ জৰিয়তে মানুহে হাজাৰ হাজৰ গ্ৰহ পৃথিৱীৰ পৰাই চাব পাৰিব।

বিজ্ঞানীজনে কয় যে তেনেদৰেই এলিয়েনৰ স’তে মানুহৰ পৰিচিতি লাভ কৰিব।

তদুপৰি তেওঁ কয় যে এলিয়েনবিলাকৰ সভ্যতা মানুহতকৈ অধিক উন্নত, সেয়ে মানুহে এলিয়েনৰ স’তে টক্কৰেই দিব নোৱাৰিব, যাৰ বাবে এলিয়েনবিলাক চিৰদিন মানুহৰ পৰিসীমাৰ বাহিৰতে থাকিব যাব।

উল্লেখযোগ্য যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বিজ্ঞানী মিচিঅ’ কাকু পদাৰ্থবিজ্ঞানৰ ‘ষ্ট্ৰিং ফিল্ড থিয়ৰী’ (String field theory) নামৰ এটা তত্বৰ বাবে বিশ্ববিখ্যাত।

তদুপৰি তেওঁ ‘ফিজিকছ অৱ দ্যা ইম্পচিবল’, ‘ফিজিকছ অৱ দ্যা ফিউচাৰ’, ‘দ্যা ফিউচাৰ অৱ দ্যা মাইণ্ড’ আদি বিজ্ঞানবিষয়ক গ্ৰন্থৰে একৈশ শতিকাৰ এজন উল্লেখযোগ্য বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd