• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইজনৰ পিছত আনজনৰ জামিন : জামিন পালে সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ শেষৰজন অভিযুক্তই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 11, 2025 2:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত থকা শেষজন অভিযুক্তইও জামিন লাভ কৰিলে। বেংগালুৰুৰ এখন আদালতে জামিন মঞ্জুৰ কৰিলে ভৌচাহেব কলাস্কাৰ নামৰ অভিযুক্তজনক।

যোৱা ৮ জানুৱাৰীত বেংগালুৰুৰ অধিৱেশন আদালতৰ ন্যায়াধীশ মুৰলীধৰ পাই বিয়ে অভিযুক্ত কলাস্কাৰক জামিন মঞ্জুৰ কৰে।

Apply Now

আদালতে লক্ষ্য কৰে, ‘এই গোচৰৰ সৈতে জড়িত অন্যান্য বন্দীসকলকো জামিন প্ৰদান কৰা হৈছে। সেই আধাৰতেই আন এজন অভিযুক্ত ভাৌচাহেব কলাস্কাৰক জামিন দিয়া হয়।

২০১৮ চনৰ ৪ ছেপ্টেম্বৰৰ পৰা তেওঁ জিম্মাত আছিল। দেশৰ উচ্চতম ন্যায়ালয়ে বাৰে বাৰে নিৰ্দেশ দিছে যে – সংবিধানৰ ২১ অনুচ্ছেদ উলংঘা কৰিব নালাগে, সেয়া আদালতৰ দায়িত্ব। আমি মনত ৰাখিব লাগিব যে অভিযুক্তৰো মৌলিক অধিকাৰ আছে।

অৱশ্যে এই জামিনৰ বিৰোধিতা কৰিছিল চৰকাৰে। চৰকাৰী অধিবক্তাজনে কৈছিল যে এই মুহূৰ্তত অভিযুক্তক জামিন দিব নালাগে। তেওঁ এজন অপৰাধী। লগতে আন এটা অপৰাধমূলক গোচৰত দোষী সাব্যস্ত। জামিনত মুকলি হ’লে অধিক অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা থাকিব।

কিন্তু ন্যায়াধীশে অভিযুক্তক জামিন মঞ্জুৰ কৰে। মন কৰিবলগীয়া যে অন্ধবিশ্বাস বিৰোধী আন্দোলনৰ আগশাৰীৰ যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকৰ হত্যাকাণ্ডৰ গোচৰতো কলাস্কৰ দোষী সাব্যস্ত হৈছে।

বিগত বৰ্ষৰ জুলাই মাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই গোচৰৰ তিনিজন অভিযুক্তক জামিন মঞ্জুৰ কৰিছিল। এই গোচৰৰ আৰু চাৰিজন অভিযুক্তক এমাহৰ পাছত জামিন প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ২০২৩ চনৰ ডিচেম্বৰ মাহত সাংবাদিক হত্যাৰ অন্যতম মূল অভিযুক্ত মোহন নাইককো জামিন প্ৰদান কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুৰ ৰাজাৰাজেশ্বৰী অঞ্চলত বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী গৌৰী লংকেশক তিনিজন দুৰ্বৃত্তই তেওঁৰ ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল। উগ্ৰ হিন্দুত্ববাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজত লংকেশে অগ্ৰণী ভূমিকা পালন কৰিছিল। সোঁপন্থী সংগঠন সনাতন সংস্থাৰ সদস্যই তেওঁক হত্যা কৰিছিল। তদন্তকাৰী বিশেষ তদন্তকাৰী দলে তেওঁলোকৰ তদন্তৰ অন্তত এই তথ্য প্ৰকাশ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

October 4, 2026 8:27 am
“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd