DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নৰেন্দ্ৰ মোদীয়ে চীনক ৰঙা চকু দেখুৱাব বুলি ৰৈ আছে সকলো : গৌৰৱ গগৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 17, 2020 4:20 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

এসময়ত প্ৰয়োজনত চীনক ৰঙা চকু দেখাম বুলি কোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া সেই ৰঙা চকু দেখুৱাব তাৰ বাবে দেশৰ নাগৰিক আৰু ভাৰতীয় সেনা আগ্ৰহেৰে ৰৈ আছে বুলি মন্তব্য কৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নৰেন্দ্ৰ মোডীয়ে তাৎক্ষনিকভাৱে টুইট কৰা সম্পৰ্কত টিপ্পনী দি গগৈয়ে কয় যে আজি ২০জন ভাৰতীয় জোৱান চহীদ হোৱাৰ পাছতো আমি এতিয়ালৈকে প্ৰধান মন্ত্ৰীৰ পৰা একো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই।

আজি বোকাখাতৰ গান্ধী ভৱনত সাংসদ পুঁজিৰে বোকাখাত ব্ল’ক আৰু মহিলা কংগ্ৰেছ কমিটিৰ সহযোগত স্থাপিত মাস্ক চিলাই প্রশিক্ষণ কেন্দ্রৰ উদ্বোধনী অনুষ্ঠানত সাংবাদিকৰ আগত এইদৰে কয় কলিয়াবৰৰ সাংসদ গৰাকীয়ে।

বোকাখাতত আয়োজিত এই অনুষ্ঠানত মাস্ক চিলাই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উৎপাদিত মাস্কসমূহ অহা ১৯জুনত ৰাহুল গান্ধীৰ জন্মদিনৰ উপলক্ষে বয়োবৃদ্ধ লোকৰ ঘৰে ঘৰে গৈ কংগ্ৰেছ কৰ্মীসকলে বিতৰণ কৰিব বুলিও তেওঁ জনায়।

গগৈয়ে আজি কাজিৰঙাৰ উদ্যোমী মহিলা বনশ্ৰী গগৈৰ তত্ত্বাৱধানত বোকাখাতৰ গান্ধী ভৱনত আজিৰ পৰা আৰম্ভ হোৱা মাস্ক চিলাই কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

বোকাখাত ব্ল’ক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে আঁত ধৰা এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দাদু টায় আৰু প্ৰাক্তন বিধায়ক অৰুণ ফুকনো উপস্থিত থাকে ৷

মাস্ক চিলাই প্ৰশিক্ষন কেন্দ্ৰত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ যুৱকসকলকো অংশগ্ৰহণ কৰিবৰ বাবে সাংসদ গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত সাংসদ গৌৰৱ গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনায়।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd