DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমাধান নহ’ল সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ সমস্যা; ২৮ ডিচেম্বৰত কাৰ্যনিৰ্বাহক সভা আহ্বান

ইয়াছিন আলী by ইয়াছিন আলী
December 25, 2018 12:42 pm
Teacher_No_Salary-

ফাইল ফটো

640
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ ডিচেম্বৰত ৰাতিপুৱা ১১ বজাত দিচপুৰ প্ৰেছ ক্লাৱত সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। ৰাজ্য চৰকাৰে এইসকল শিক্ষকৰ সমস্যা সমূহ আজিলৈ সমাধান নকৰা বাবেই উক্ত সভাখন আহ্বান কৰা হৈছে বুলি সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

উল্লেখ্য যে শিক্ষকসকলৰ সমস্যা সমূহ সমাধানৰ বাবে যোৱা ৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ৰ উপস্থিতিত শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল কিন্তু আজিলৈ শিক্ষকসকলৰ সমস্যাসমূহ সমাধান নহ’ল। সেয়ে সন্থাই পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ উদ্দেশ্যে ২৮ ডিচেম্বৰত উক্ত সভাখনৰ আহ্বান জনাইছে।

স্ক্ৰীনিং কমিটিৰ আওতাত থকা ২৪ খন জিলা সমিতিৰ সভাপতি, সম্পাদক, উপদেষ্টা সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াকৈ উক্ত গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকিবলৈ আহ্বান জনাইছে সমিতিৰ সভাপতি নীলমনি নাথ, সাধাৰণ সম্পাদক দিলীপ তাঁতী তথা যুটীয়া সম্পাদক আব্দুল মতলেবে।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd