• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ত সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অভিষেশ কাব্ৰালৈ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
September 15, 2018 10:50 pm
Hem Nath Sarma College
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মহাবিদ্যালয়খনৰ প্ৰয়াত মেধাবী ছাত্ৰ দ্বয় অভিজিৎ মহন্ত আৰু নিলোৎপল গগৈৰ সোঁৱৰণত অনুষ্ঠিত নৱম সংখ্যক সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ৰাজ্যখনৰ মুঠ ১৬ খন মহাবিদ্যালয়ৰ ১৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ বিষয় আছিল ‘শৈক্ষিক অনগ্ৰসৰতাই অন্ধ বিশ্বাস আৰু কু সংস্কাৰক প্ৰশ্ৰয় দিয়াত উৎসাহিত কৰিছে।’

Apply Now

সাংবাদিক, লেখক তথা দৈনিক জনভূমি কাকতৰ দেওবৰীয়া পৰিপুৰিকাৰ সম্পাদক শাংকব কৌশিক বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনত বাহনা কলেজৰ শতাব্দী  হাজৰিকা আৰু মানস নেওঁগে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অভিষেশ কাব্ৰা আৰু ৰশ্মি  কলিতাই  দ্বিতীয় তথা জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ ছাত্ৰীদ্বয় উদিষ্ণা শৰ্মা আৰু তৃষ্ণা চেতিয়াই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

ইফালে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালযৰ ছাত্ৰ অভিষেশ কাব্ৰাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে।

মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভবানী কুমাৰ বৰুৱাই শুভাৰম্ভ কৰা প্ৰতিযোগিতাখত বিচাৰক হিচাবে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ মৃদুল বৰদলৈ, শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ  সহযোগী অধ্যাপক ড০ সব্যসাচী মহন্ত আৰু আমগুৰি অৰুণোদয় একাডেমীৰ সহকাৰী অধ্যাপিকা ৰূপজ্যোতি নাথ।

প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক মানপত্ৰ,  ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই অনুষ্ঠানতেই  মহাবিদ্যালয়ৰ বাৰ্ষিক উন্নয়ণ প্ৰতিবেদন উন্মোচন কৰে  ড০ মৃদুল বৰদলৈয়ে।

স্মতৰ্ব্য যে ১৯৯৪ চনৰ ১১ নৱেম্বৰত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত বাছ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা মহাবিদ্যালয়ৰ প্ৰতিভাবান ছাত্ৰ দুগৰাকীৰ সোঁৱৰণত মহাবিদ্যালয় কৰ্তৃপক্ষই উক্ত তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd