• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী সদৌ অসম নাৰ্ছ সন্থাৰ

অহা ১৪ জুলাইৰ পৰা ২১ জুলাইলৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰিব বিচাৰিছে সাক্ষাৎকাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 12, 2020 7:09 pm

2 min read

index.jpgkk
941
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী জনাইছে সদৌ অসম নাৰ্ছ সন্থাই।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই সাক্ষাৎকাৰ স্থগিত ৰখাৰ বাবে দাবী জনোৱাৰ কাৰণ দৰ্শাই সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই আমাৰ সাংবাদিকৰ আগত কয় “গুৱাহাটী বৰ্তমান কোভিড-১৯ ৰ হতস্পট হিচাপে চিহ্নিত হৈছে। এই সময়ত বা ভয়ংকৰ পৰিস্থিতিৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকল আহি গুৱাহাটীত সমবেত হোৱাটো মুঠেও যুক্তি সংগত নহয়।”

অন্য এক কাৰণ দৰ্শাই দিহিঙীয়াই কয় “স্বাস্থ্য বিভাগে NHMৰ ষ্টাফ নাৰ্ছ আৰু চিকিৎসাকৰ্মীক ১০০ শতাংশ উপস্থিতি নিশ্চিত কৰি কৰ্তব্য সম্পাদন কৰাৰ নিৰ্দেশনা দিছে। ইয়াৰোপৰি ৰাজ্যৰ বহুসংখ্যক NHMৰ ষ্টাফ নাৰ্ছ পোনপটীয়াকৈ কোভিড-১৯ ৰোগীক চিকিৎসা কৰাৰ ক্ষেত্ৰত মনোনিবেশ কৰিছে আৰু বহুসংখ্যক কোৱাৰেন্টাইন হৈ আছে। বহুসংখ্যক নাৰ্ছ নিজে কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি NHM ৰ তথ্যতে প্ৰকাশ পাইছে। তেনে ক্ষেত্ৰত সাক্ষাৎকাৰত এইসকল ষ্টাফ নাৰ্ছ উপস্থিত থকাটো যুক্তিসংগত নহয়।”

ইপিনে, ক’ৰ’নাৰ এই আতংক উপশম নোহোৱা পৰ্যন্ত এই সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰাখি NHMত কৰ্মৰত নাৰ্ছসকলক জ্যেষ্ঠতাৰ ভিত্তিত অত্যন্ত প্ৰয়োজন হ’লে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৱেবচাইটৰ জৰিয়তে নিযুক্তি দিবলৈ তেওঁ স্বাস্থ্য সঞ্চালকক আহ্বান জনায়।

ইতিমধ্যে, সন্থাৰ তৰফৰ পৰা স্বাস্থ্য সঞ্চালকলৈ উপৰোক্ত আহ্বানসমূহ জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি দিহিঙীয়াই জানিবলৈ দিয়ে।

Recent News

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

a mori

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd