• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মিত্ৰজোঁটক বাদ দি কম বিপজ্জনক দলক ভোট দিয়ক : ট্ৰাইবেল সংঘ

“ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা দলক বৰ্জন কৰক”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2019 8:26 pm
Tribal-Sangha

এখন সংবাদমেলত সদৌ অসম ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকল। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। আজি পল্টনবজাৰস্থিত ট্ৰাইবেল ৰে’ষ্ট হাউছত এখন কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি ট্ৰাইবেল সংঘই জনসাধাৰণক এই আহ্বান জনাইছে।

জনজাতীয় সংগঠন তথা ৰাইজক সম্পূৰ্ণ আন্ধাৰত ৰাখি বিজেপি চৰকাৰে একমাত্ৰ ভোটৰ স্বাৰ্থত জনবহুল আৰু আগৰণুৱা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্য্যাদা দিয়াৰ বাবে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক দাখিল কৰিলে বুলি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত জনায় ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে।

Apply Now

ইপিনে, ৰাজ্যসভাত এই বিধেয়কখন গৃহীত নহ’লেও বিধেয়কখন বাতিল হোৱা নাই বুলি খাখলাৰীয়ে বিজ্ঞপ্তিত উল্লেখ কৰে।

তেওঁ আৰু কয়, “এইবাৰ বিজেপি শাসনলৈ পুনৰবাৰ আহিলে বিধেয়কখন গৃহীত কৰাব। বৰ্তমান স্বীকৃতিপ্ৰাপ্ত  প্ৰকৃত জনজাতিসকল সকলো দিশৰ পৰা ধ্বংসপ্ৰাপ্ত হ’ব।”

আনহাতে, কংগ্ৰেছ দলেও ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সমৰ্থন কৰিছে বুলি জানিবলৈ দি খাখলাৰীয়ে কয় যে কংগ্ৰেছেও শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইপিনে, অন্য কি বিকল্পক জনসাধাৰণে সমৰ্থন জনাব সেই কথা স্পষ্টকৈ প্ৰকাশ নকৰিলেও নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথাবতৰাত বিজেপি আৰু মিত্ৰজোঁটক বাদ দি “কম ক্ষতিকৰ দলক জনসাধাৰণে সমৰ্থন জনাব লাগে” বুলি কয় খাখলাৰীয়ে।

“কম ক্ষতিকৰ দলক সমৰ্থন জনাবৰ বাবে জনসাধাৰণক আহ্বান জনাইছো। নিৰ্দিষ্টভাৱে কাকো দেখুৱাই দিয়া হোৱা নাই কাক ভোট দিব লাগিব। কিন্তু এটা কথা সঠিক যে বিজেপি অগপ, বিপিএফৰ বিৰুদ্ধে ভোটদান কৰিব লাগে।” খাখলাৰীয়ে কয়।

তদুপৰি, সংঘৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ প্ৰাৰ্থীক ভোট দিবৰ বাবেও আহ্বান জনায়।

“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দল-সংগঠন আৰু ৰাইজৰ তীব্ৰ বিৰোধিতাৰ সত্ত্বেও বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন বিগত লোকসভাৰ অধিৱেশনত গৃহীত কৰাই ৰাজ্যসভাতো গৃহীত কৰালে। কিন্তু বিভিন্ন পক্ষৰ বিৰোধিতা আৰু তৎপৰতাত ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিব নোৱাৰিলে। কিন্তু এনডিএ চৰকাৰ পুনৰ শাসনলৈ আহিলে বিধেয়কখন গৃহীত কৰাবই বুলি বিভিন্ন সভাই-সমিতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বই দাম্ভিকতাৰে বক্তব্য ৰাখিছে।” বিজ্ঞপ্তিটোত এইদৰে কোৱা হয়।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd