• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলবাৰে আহ্বান জনোৱা উত্তৰ-পূব বন্ধক সমৰ্থন অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ

Pankaj Kumar Deb পংকজ কুমাৰ দেৱ
হাফলং , December 9, 2019 5:32 pm

2 min read

মঙলবাৰে আহ্বান জনোৱা উত্তৰ-পূব বন্ধক সমৰ্থন অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ

ফটো : নৰ্থ-ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা অসম বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াইছে অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন চমুকৈ আডছুৱে।

আজি হাফলঙৰ আডছু জিলা কাৰ্যালয়ত সংবাদ মেল পাতি এই কথা জনায় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ হোজাইয়ে।

তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ ডিমা হাচাওকে ধৰি কাৰ্বি আংলং আৰু বি টি এ ডি অঞ্চলক এই বিধেয়কৰ বাহিৰত ৰখা হৈছে যদিও অসমৰ আন আন প্ৰান্তত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ কি হ’ব? সেয়ে এই জাতি ধ্বংসকাৰী বিলখন বাতিলৰ প্ৰয়োজন আছে।

ইয়াৰ উপৰি তেওঁ কাইলৈৰ বন্ধ পালনৰ কাৰণে ৰাইজক আহ্বান জনায়। আনহাতে বন্ধ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ’ব বুলিও মত প্ৰকাশ কৰিছে।

ইপিনে সংবাদ মেলত ডিমাচা উইমেন ছ’চাইটিৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ৰিঙ্মিলা হোজাইয়ে কয় যে এই জাতি ধ্বংসী বিধেয়কে জনগোষ্ঠী সম্প্ৰদায়ৰ ভাষা কৃষ্টি-সংস্কৃতিৰ কাৰণে ভয়ানক হ’ব।

এই সন্দৰ্ভত তেওঁ কয়, ‘অসমৰ বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাত্ৰ আন্দোলনৰ যোগেদি সক্ৰিয় ৰাজনীতিৰ জৰিয়তে আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী হোৱাৰ পাছত এনে বিধেয়ক গৃহীত হোৱাৰ সময়ত নিমাত হৈ থকাতো দুৰ্ভাগ্যজনক’।

তেওঁ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰধান অখিল গগৈক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰে।

ডিমাচা উইমেন ছ’চাইটিৰ উপৰি ডিমাচা মাদাৰচ্ এছ’চিয়েশ্যনেও এঘাৰ ঘন্টীয়া বন্ধক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

উল্লেখ্য যে ১০ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd