• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমিছে কৰ’নাৰ সংক্ৰমণ; কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব ৰাজ্যৰ সকলো চিকিৎসালয়

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 23, 2020 6:51 pm

1 min read

GMCH-2-1280x720

গুৱাহাটীৰ জিএমচিএইচ।

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ মেডিকেল কলেজ হাস্পতাল সমূহৰ লগতে জিলা অসামৰিক চিকিৎসালয় সমূহ কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে খোলা ৰখা হৈছিল যাৰ বাবে সাধাৰণ ৰোগীসকল কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিল।

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰা ৰাজ্যৰ সমূহ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা অসামৰিক চিকিৎসালয় সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিব বুলি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে।

অৱশ্যে মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ক বাদ দি এই সেৱা আৰম্ভ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

এই চিকিৎসালয় সমূহত কাইলৈৰ পৰা ৰোগীসকলক চীনৰ পৰা অনা ৰেপিড টেষ্টিং কিটেৰে ৰেণ্ডম টেষ্টিং কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, দূৰ দূৰণিৰ ৰোগীসকলৰ ক্ষেত্ৰত ৰাতিপুৱা তেওঁলোক ঘৰৰ পৰা ওলাই আহিব মেডিকেল কলেজত দেখুৱাবলৈ আৰু আবেলি তেওঁলোক ঘূৰি যাব। সেই পৰ্য্যায়ৰ অনুমতি পত্ৰ জিলা উপায়ুক্তসকলে ইচ্ছ্যু কৰিব।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে লকডাউন শেষ নোহোৱা পৰ্য্যন্ত চলি থাকিব এই নিয়ম।

অৱশ্যে ৰোগী অবিহনে এই অনুমতি পত্ৰ লৈ ভ্ৰমণ কৰিলে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়।

Tags: COVID-19

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd