• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 9, 2025 7:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি ভাষিক নীতি বিষয়ক লৈ অস্থিৰ হৈ পৰিছে মহাৰাষ্ট্ৰ! হিন্দী-হিন্দু-হিন্দুস্তানৰ মতাদৰ্শ পাহৰি আৰ এছ এছে স্পষ্ট কৰি দিছে যে সংঘ কোনো ভাষা জাপি দিয়াৰ পক্ষপাতী নহয়। আৰ এছ এছৰ মুখ্য মুখপাত্ৰ সুনীল আম্বেকাৰে এই বিষয়ত কয়, “ভাৰতৰ সকলো ভাষা জাতীয় ভাষা। আৰু সংঘই দীৰ্ঘদিন ধৰি মাতৃভাষাত পাঠদানৰ পোষকতা কৰি আহিছে।”

কেন্দ্ৰৰ নতুন শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাত পঢ়া-শুনা কৰিব পাৰিব। তেতিয়াৰ পৰা তেওঁলোকে ৩টা ভাষা শিকিব লাগিব। অৱশ্যে নিজ নিজ ৰাজ্য চৰকাৰে এই ভাষাসমূহ বাছি ল’ব পাৰিব। কোনো ভাষা কোনো ৰাজ্যৰ ওপৰত জাপি দিয়া নহ’ব। কিন্তু বিজেপি শাসিত কেইবাখনো ৰাজ্যত সেই নীতি ব্যৱহাৰ কৰি হিন্দী পাঠদান বাধ্যতামূলক কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈছে। বহু ক্ষেত্ৰত হিংসাত্মক প্ৰতিবাদো সংঘটিত হৈছে। ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মহাৰাষ্ট্ৰ।

Apply Now

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি মানি চলিলেও অৱশেষত তীব্ৰ বিৰোধিতাৰ বাবে পিছুৱাই গৈছে ফাদনৱী মিত্ৰজোঁটৰ চৰকাৰ। শেহতীয়াকৈ হিন্দীক তৃতীয় ভাষা হিচাপে বাধ্যতামূলক কৰাৰ সিদ্ধান্তও প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ  পুনৰ একেটা ছাতিৰ তললৈ আহিছে ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰে।

ইয়াৰ পিছত সংঘই কয়, “সংঘই সদায় বিশ্বাস কৰি আহিছে যে সকলো ভাৰতীয় ভাষাই ৰাজ্যিক ভাষা। তদুপৰি সংঘই দীৰ্ঘদিন ধৰি মাতৃভাষাত পাঠদানৰ কথা কৈ আহিছে।”

আচলতে হিন্দী-হিন্দু-হিন্দুস্তান সংঘ আৰু বিজেপিৰ পুৰণি এজেণ্ডা। বিৰোধীৰ অভিযোগ যে সংঘৰ মতে এখন দেশৰ দুখন পতাকা, দুটা আইন বা বহু ভাষা থাকিলে সেই দেশৰ একত্ৰিত হোৱাটো কঠিন। হয়তো সেইবাবেই কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত হিন্দী প্ৰসাৰত ইমান গুৰুত্ব দিছে। কিন্তু আৰ এছ এছে হয়তো উপলব্ধি কৰিছে যে আচলতে ই বিপৰীতমুখী। সেইবাবেই এক ভাষাৰ ওপৰত সুৰ অলপ কোমল কৰিছে আৰ এছ এছ-এ।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd