• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA আৰু EIAৰ বিৰুদ্ধে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ১৮ ঘণ্টীয়া অনশন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 15, 2020 11:21 am

1 min read

CAA আৰু EIAৰ বিৰুদ্ধে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ১৮ ঘণ্টীয়া অনশন
607
VIEWS
Share on FacebookShare on Twitter

অসম চুক্তি ৰূপায়ন, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰ্যালয়ে গৃহীত কৰিব বিচৰা ই আই এ প্ৰত্যাহাৰৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ১৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ১৪ আগষ্ট আবেলিৰ পৰা ১৫ আগষ্টৰ ৰাতিপুৱা ৯ বজালৈ এই অনশন কাৰ্য্যসূচী ৰূপান কৰে।

অনশন কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ লগতে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভবজিৎ বেজবৰুৱা আৰু ভালেসংখ্যক ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকে।

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভবজিৎ বেজবৰুৱাই তেওঁলোকৰো ভাৰতীয় হোৱাৰ গৌৰৱ আছে যদিও অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভবিষ্যৎ আৰু অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জজ খেলপথাৰত ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসম চুক্তিৰ ছয় নং দফা আখৰে আখৰে ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰে।

Recent News

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd