• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে আৰু ইয়াৰ লগে লগে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি হোৱাৰ লগতে জাহাজৰ চলাচল স্বাভাৱিক হৈ পৰিছে। এই যোগাত্মক পৰিৱেশৰ প্ৰভাৱ এতিয়া ভাৰততো দেখিবলৈ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 9:14 pm
90
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে আৰু ইয়াৰ লগে লগে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি হোৱাৰ লগতে জাহাজৰ চলাচল স্বাভাৱিক হৈ পৰিছে। এই যোগাত্মক পৰিৱেশৰ প্ৰভাৱ এতিয়া ভাৰততো দেখিবলৈ পোৱা গৈছে। ভাৰত চৰকাৰে বৃহস্পতিবাৰে ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ যোগানৰ ওপৰত আৰোপ কৰা সকলো ধৰণৰ নিষেধাজ্ঞা আঁতৰাই পেলাইছে। চৰকাৰৰ এই ডাঙৰ সিদ্ধান্তৰ ফলত হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকলৰ লগতে সাধাৰণ ৰাইজকো এক ডাঙৰ সকাহ দিয়া হৈছে।

পশ্চিম এছিয়াৰ যুদ্ধ সংকটৰ পৰিস্থিতি উন্নত হোৱাৰ পিছতে অসমৰ মুখ্য সচিব ৰবি কোটাই জনাইছে যে ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ ওপৰত থকা সকলো বাধ্যবাধকতা তৎকালিনভাৱে প্ৰত্যাহাৰ কৰা হৈছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সমগ্ৰ পৰিস্থিতি পুনৰীক্ষণ কৰি সকলো ৰাজ্যকে ব্যৱসায়িক এলপিজি চিলিণ্ডাৰ বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰাৰ কথা অৱগত কৰিছে। মুখ্য সচিবে ছ’চিয়েল মিডিয়া এক্সৰ জৰিয়তে সদৰী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়িক এলপিজি যোগান পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে আৰু পেট্ৰ’লিয়াম সচিব নীৰজ মিত্তলে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

মন্ত্ৰালয়ৰ নতুন নিৰ্দেশ অনুসৰি অনা-ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ ওপৰত থকা আঞ্চলিক নিষেধাজ্ঞা এতিয়াৰ পৰা নাথাকিব আৰু পাইপ গেছৰ সুবিধা থকা গ্ৰাহকসকলে দীৰ্ঘম্যাদী ব্যৱস্থা হিচাপে সেই সুবিধাই ব্যৱহাৰ কৰিব পাৰিব। পেট্ৰ’লিয়াম সচিবৰ তথ্য অনুসৰি এতিয়াৰে পৰা সকলো ব্যৱসায়িক আৰু ঔদ্যোগিক গ্ৰাহকৰ তথ্য তৈল বিপণন কোম্পানীসমূহে নিজৰ ডাটাবেছত সংৰক্ষিত কৰি ৰাখিব লাগিব। ইয়াৰ বাবে তিনিটা প্ৰধান তৈল প্ৰতিষ্ঠানৰ বাবে এক উমৈহতীয়া তথ্য ভঁৰাল গঠন কৰা হ’ব আৰু পূৰ্বৰ নিৰ্দেশনা অনুসৰি যিসকল গ্ৰাহকে ইতিমধ্যে পাইপ গেছ ব্যৱহাৰ কৰিবলৈ লৈছে, তেওঁলোকে সেই সুবিধাই অব্যাহত ৰাখিব লাগিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd