• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকা; ষ্টেডিয়ামত সাপৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্প্ৰে কৰা হৈছে কেমিকেল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 11:07 am
ফটো সৌজন্য : এচিএ

ফটো সৌজন্য : এচিএ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India and Sri Lanka at Barsapara ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰাৰ পিছত তিনিখন এদিনীয়া শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখনকলৈ ৰাজ্যখনৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে। প্ৰথমখন এদিনীয়া খেলৰপূৰ্বে অসম ক্ৰিকেট সংস্থাই (এচিএ) বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু ইয়াৰ চাৰিওফালৰ বাসগৃহত সাপ দূৰত ৰখাৰ বাবে কেমিকেল স্প্ৰে কৰিছে।

ফটো সৌজন্য: এচিএ।

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখন এই খেলপথাৰত অনুষ্ঠিত হৈছিল। সেই খেলখনত হঠাতে এটা সাপ খেলপথাৰত প্ৰৱেশ কৰিছিল। খেলখন পাঁচ মিনিটৰ বাবে বন্ধ কৰিব লগা হৈছিল। অৱশেষত এজন ক্ষেত্ৰ কৰ্মীয়ে কেনেবাকৈ সাপটোক পথাৰৰ পৰা বাহিৰলৈ আনিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে ভাৰত-শ্ৰীলংকা খেলৰ পৰা সাপ আঁতৰাই ৰাখিবলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু ইয়াৰ চাৰিওফালৰ ঠাইবোৰত স্প্ৰে কৰা হৈছে।

অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ (এচিএ) সভাপতি তৰংগ গগৈয়ে কয়, “মহ আৰু মাখি দূৰত ৰখাৰ বাবেতো কীটনাশক ছটিয়াই দিয়া হৈছেই, লগতে খেলপথাৰৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালৰ সকলো কমপ্লেক্সত আমি সাপ আঁতৰাই ৰাখিবলৈ কেমিকেল স্প্ৰে কৰিছো।”

Apply Now
ফটো সৌজন্য: এচিএ।

ইপিনে, ৰাজ্য চৰকাৰে এই খেলখনৰ বাবে অৰ্দ্ধদিন ছুটীৰ ঘোষণা কৰিছে।  গুৱাহাটী আৰু কামৰূপ মেট্ৰ’ জিলাত অৰ্দ্ধদিন ছুটী থাকিব। এই সন্দৰ্ভত এখন জাননীও জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ’ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় দুপৰীয়া ১ বজাৰ পৰা বন্ধ থাকিব। খেলখনৰ বাবে ইতিমধ্যে ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd