• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৌদ্ধিক যাত্ৰাত সহযোগিতা : গুৱাহাটীৰ তিনিওখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ঐক্যমত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2018 11:08 pm
book-fair-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰকাশন পৰিষদৰ ‘গুৱাহাটী গ্ৰন্থমেলা-২০১৮’ আৰু ‘শিশু গ্ৰন্থ উৎসৱ’ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ‘উত্তৰ-পূব গ্ৰন্থমেলা’ নিৰ্দিষ্ট ঘোষিত তাৰিখতেই সমিলমিলেৰে আয়োজন হ’ব।

উক্ত তিনিওখন গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আহ্বানত দিচপুৰৰ শিক্ষামন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত গ্ৰন্থমেলাৰ উদ্যোক্তাসকল এই সিদ্ধান্তত ঐকমত্যত উপনীত হয়। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক বিজ্ঞপ্তিত এই কথা জনায়।

Apply Now

আজিৰ সভাত শিক্ষামন্ত্ৰীয়ে পৰৱৰ্তী বছৰত অসম প্ৰকাশন পৰিষদৰ সৈতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সন্মিলিতভাৱে গ্ৰন্থমেলা আয়োজন কৰিবৰ বাবে পৰামৰ্শ তথা চৰ্ত দাঙি ধৰে। তাৰ বাবে এতিয়াৰ পৰাই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক শিক্ষামন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে পূৰ্বৰ সকলো আসোঁৱাহ দূৰ কৰি গ্ৰন্থৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সমিলমিলেৰে কাম কৰাৰ বাবে আহ্বান জনায়।

উক্ত সভাতে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিলেহে গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰৰ পথ প্ৰশস্ত হ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ গ্ৰন্থমেলা বৰ্জন কৰাৰ দৰে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি মত প্ৰকাশ কৰে।

এই সভাত প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ হৈ নবীন বৰুৱাই ভৱিষ্যতে অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত সংস্থাই পূৰ্ণ সহযোগিতা আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীয়ে এই বছৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰতেই নিৰ্দিষ্ট তাৰিখত উত্তৰ-পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থমেলা আয়োজন কৰাৰ লগতে পূৰ্ব নিৰ্ধাৰিত সময়ত শিশু গ্ৰন্থ উৎসৱ যথোপযুক্ত স্থানত আয়োজন কৰাৰ বাবে মত প্ৰকাশ কৰে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াৰ উপৰি উক্ত সভাত পদ্মশ্ৰী অজয় দত্ত, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন, লেখক ড০ দয়ানন্দ পাঠককে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াসকলে শিক্ষামন্ত্ৰীৰ কথা মানি লৈ পৰৱৰ্তী সময়ত সেইমতে কামত অগ্ৰসৰ হ’ব বুলি উল্লেখ কৰে।

শিক্ষামন্ত্ৰীয়ে আজিৰ সভাত স্পষ্টকৈ জনায় যে ভৱিষ্যতে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন আবণ্টন পাবলৈ হ’লে সমিলমিলেৰে সন্মিলিতভাৱে গ্ৰন্থমেলা আয়োজন কৰিব লাগিব। শিক্ষামন্ত্ৰীৰ এই আহ্বানক অসম প্ৰকাশন পৰিষদৰ সচিব কলিতাই আদৰণি জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd