• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মালাংকোনাত চৰকাৰী বিষয়াক আক্ৰমণৰ ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2018 6:17 pm
arrest11

প্রতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ ছেপ্তেম্বৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২০জনীয়া এটা দলক কামৰূপ জিলাৰ বকোৰ মালাংকোনাত দলবদ্ধ আক্ৰমণ কৰাৰ ঘটনাটোত জড়িত আন এজনক যোৱাকালিৰ নিশা গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ সৈতে ঘটনাটোত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫জন হ’লগৈ, য’ত দুগৰাকী মহিলাও আছে।

উল্লেখযোগ্য যে ৮ ছেপ্তেম্বৰত অসম-মেঘালয় সীমান্তৰ মালাংকোনা গাৱঁত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াৰ দল এটাক আক্ৰমণ কৰিছিল মেঘালয়ৰ পক্ষত থকা একাংশ লোকে। এই আক্ৰমণটোত বিভাগটোৰ মুখ্য অভিযন্তা সৌম্য কুমাৰ বৰুৱা, অতিৰিক্ত মুখ্য অভিযন্তা গৌতম পাল, কাৰ্যবাহী অভিযন্তা দিগন্ত বৰুৱাকে ধৰি ১৫জনীয়া দল এটাক লক্ষ্য কৰি লোৱা হৈছিল।

Apply Now

আক্ৰমণটোত প্ৰায় ২০০ জন লোক আছিল আৰু মেঘালয়ৰ লোকেই বেছি আছিল বুলি জনা গৈছে। আক্ৰমণ কৰাৰ লগতে দলটোৱে অসমৰ লোকসকলক সীমান্তত বহু সময় আবদ্ধ কৰি ৰাখিছিল। জানিব পৰামতে মনোমোহা জলপ্ৰপাত হৌ-হোৱাক কেন্দ্ৰ কৰি এই সংঘাতৰ আৰম্ভণি হয়। ইয়াক মেঘালয়ৰ একাংশ সমৰ্থকে মেঘালয়ৰ অংশ বুলি দাবী কৰি অসম চৰকাৰৰ আঁচনি ৰূপায়ণত বাধা দিছিল।

আক্ৰমণৰ সন্মুখীন হোৱা জনস্বাস্থ্য বিভাগৰ দলটোৱে সেই সময়ত মালাংকোনা গাওঁখনত ‘ক্লীন ভিলেজ’ আঁচনিৰ বুজ ল’বলৈ গৈছিল। কিন্তু মালাংকোনাক মেঘালয়ৰ বুলি দাবী কৰি আঁচনিৰ বুজ ল’বলৈ যোৱাসকলক অপদস্থ কৰাৰ লগতে আবদ্ধ কৰি ৰাখিছিল। উক্ত ঘটনাত গাওঁখনৰ গাওঁবুঢ়া মুনীন্দ্ৰ চাংমাও আহত হয়।

এই ঘটনাৰ পিছত নিশা বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ  নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই হাৰ্বাথ মাৰাক (৪৬) আইলা চাংমা (৪০), টাংমী মাৰাক (২০) আৰু উইলচন মাৰাক (৫০)ক গ্ৰেপ্তাৰ কৰিছিল। যোৱাকালিৰ নিশা গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ইলড্ৰিন কে মাৰাক। গ্ৰেপ্তাৰ কৰা পাঁচজনকে সোমবাৰে জে’ললৈ প্ৰেৰণ কৰা হয়।

আনহাতে চিকিৎসাৰ পিছত গাওঁবুঢ়া মুনীন্দ্ৰ চাংমা  ১০ ছেপ্তেম্বৰত বকো থানাত উপস্থিত হৈ তেওঁক প্ৰাণনাশৰ উদ্দেশ্যে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। লগতে ঘটনাটোৰ মূল পৰিকল্পনাকাৰীৰ নামো আৰক্ষীক জনায়।

মুনীন্দ্ৰ চাংমা আৰু তেওঁৰ লগত অহা জয়পুৰ, গোহালিমাৰা, মালাং এন চি ৰাজহ গাঁৱৰ সভাপতি গোবৰ্ধন ৰাভাই মালাংকোনাৰ ঘটনাটোৰ মূল চক্ৰান্তকাৰী গোবিন্দ মাৰাক আৰু গৰ্জন মাৰাক বুলি আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে ঘটনাৰ লগতে জড়িত আন ১১জন আক্ৰমণকাৰীক চিনাক্ত কৰিছে। তেওঁলোক ক্ৰমে পূৰ্ণ চাংমা, ৰানল মাৰাক, মনহেন চাংমা, পাৰ্কিন চাংমা, জেদিক চাংমা, মেনপিল চাংমা, আলাছোচ চাংমা, নামচিল মাৰাক, হেনচিন মাৰাক, ইম্বি মাৰাক আৰু আলাবানা চাংমা বুলি জনাইছে।

ইফালে মেঘালয়ৰ আঠীয়াবাৰীৰ আৰক্ষীয়েও জয়পুৰ খ্ৰীষ্টানপাৰা গাঁৱৰ সভাপতি এলউইন মাৰাকক মেঘালয়ৰ সোধা-পোছাৰ বাবে আটক কৰা বুলিও জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd