• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

এই পৰ্যন্ত বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে আৰু পিছত মুঠ ৩৭খন মেচত অপৰাজিত হৈ আছে স্পেইন। ফাইনেলত সন্মুখত আছে লিয়নেল মেছি নামৰ এক ‘বিস্ময়’। স্পেইনে পাৰিবনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2026 11:23 am
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্পেনিছ ফুটবল মানেই এটা সুকীয়া বৈচিত্ৰ থাকিব। গোটেই খেলপথাৰজুৰি দেখা পাব শিল্প। ঠিক যিদৰে এইবাৰৰ বিশ্বকাপত স্পেনিছ ফুটবলত দেখা গৈছে। স্পেইনে শেষবাৰৰ বাবে ২০১০ চনত বিশ্বকাপৰ ফাইনেল খেলিছিল। আইকাৰ কেছিয়াছৰ দলটোৱে নেদাৰলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।

১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে স্পেইন। আজি তেওঁলোকে খিতাপৰ যুঁজত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। লা ফুয়েণ্টেৰ প্ৰশিক্ষণত স্পেইনে এই বিশ্বকাপত আটাইতকৈ কলাত্মক ফুটবল খেলিছিল ফ্ৰান্সৰ বিৰুদ্ধে ছেমি ফাইনেলত। কাইলিয়ান এমবাপেৰ দৰে তাৰকাক জ’নেল মাৰ্কিং কৰি কুকুৰেলাই তেওঁৰ খেলেই আৱদ্ধ কৰি দিছিল।

Apply Now

এই পৰ্যন্ত বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে আৰু পিছত মুঠ ৩৭খন মেচত অপৰাজিত হৈ আছে স্পেইন। ফাইনেলত সন্মুখত আছে লিয়নেল মেছি নামৰ এক ‘বিস্ময়’। স্পেইনে পাৰিবনে? তাৰ আগতে চাই লোৱা যাওঁক ইউৰোপৰ এই শক্তিশালী ফুটবল খেলা দেশখনে এই বিশ্বকাপৰ ফাইনেলত কিদৰে প্ৰৱেশ কৰিলে।

গ্ৰুপ পৰ্যায়ৰ আৰম্ভণি লেহেমীয়া হোৱাৰ পাছতো স্পেইনে সহজেই গ্ৰুপ চেম্পিয়ন হৈ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। কেপ ভাৰ্ডেৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত আবদ্ধ হৈ পৰিবলগীয়া হৈছিল লেমিন ইয়ামাল বাহিনী। খেলখন ০-০ গ’লত ড্ৰ’ত সমাপ্ত হয়।

তাতেই শেষ, তাৰ পিছত তেওঁলোকে আৰু মেচ ড্ৰ’ কৰা নাছিল। সকলো মেচতে জয়লাভ কৰে। ছৌদি আৰৱৰ বিৰুদ্ধে ৪-০ গ’লত বৃহৎ ব্যৱধানত জয়লাভ কৰে। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত উৰুগুৱেৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰি লা ফুয়েণ্টেৰ দলটোৱে গ্ৰুপৰ শীৰ্ষৰ পৰা পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

নকআউট পৰ্যায়ত স্পেইনৰ প্ৰথমখন খেল আছিল অষ্ট্ৰিয়াৰ বিৰুদ্ধে। ৰাউণ্ড অফ ৩২-ত পেড্ৰৰ দলটোৱে বিপক্ষক ৩-০ গ’লত পৰাস্ত কৰে। তাৰ পিছত দলটোৱে ৰাউণ্ড অফ ৩২-ত পৰ্তুগালৰ বিৰুদ্ধে খেলিবলৈ নামিছিল। গোটেই মেচখনত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দৰে ছুপাৰষ্টাৰক নিষ্প্ৰভ কৰি স্পেইনে খেলখন ১-০ গ’লত জয়লাভ কৰে। ছুপাৰ চাব হিচাপে বিজয়ী গ’লটো দিয়ে মাইকেল মেৰিনোৱে।

কোৱাৰ্টাৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী আছিল বেলজিয়াম। লুকাকু আৰু ডি ব্ৰুইনৰ বিৰুদ্ধে কঠিন যুঁজত স্পেইনে ২-১ গ’লত জয়লাভ কৰে। এই মেচতো স্পেইনৰ ত্ৰাণকৰ্তা হিচাপে মাইকেল মেৰিনোৱে বিজয়ী গ’লটো দিয়ে।

অন্তিম চাৰিৰ যুঁজখনত স্পেইনে আটাইতকৈ শক্তিশালী দলটোৰ বিৰুদ্ধে খেলিছিল। সকলোৱে ভাবিছিল যে খেলখনত কাইলিয়ান এমবাপেৰ দলটো সহজেই জয়ী হ’ব। কিন্তু স্পেইনৰ ডিফেন্স আছিল দেৱালৰ দৰে শক্তিশালী। কাইলিয়ান এমবাপে আৰু অউছমেন ডেম্বেলক আৱদ্ধ কৰি ৰাখি প্ৰথমাৰ্ধত মাইকেল ভাৰ্জাবালৰ পেনাল্টি আৰু দ্বিতীয়াৰ্ধত পেড্ৰ’ পোৰোৰ এক দুৰ্দান্ত গ’লেৰে প্ৰথমাৰ্ধত স্পেইনে ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেল নিশ্চিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd