• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত অশ্লীল পোষ্ট লাইক কৰাটো কোনো অপৰাধ নহয়: উচ্চ ন্যায়ালয়

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 12:28 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াত ‘অশ্লীল’ পোষ্ট এটা লাইক কৰাটো অপৰাধ নহয়, কিন্তু এনে কন্টেন্ট শ্বেয়াৰ বা ৰি-পোষ্ট কৰিলে শাস্তিযোগ্য অপৰাধ হ’ব বুলি শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰত পৰ্যবেক্ষণ দাঙি ধৰিছে। বুধবাৰে আদালতে পৰ্যবেক্ষণ কৰে যে এনে পোষ্ট শ্বেয়াৰ কৰাটো তথ্য প্ৰযুক্তি (আই টি) আইনৰ ৬৭ নং ধাৰাত ‘ট্ৰান্সমিছন’ বুলি গণ্য কৰা হ’ব আৰু ই শাস্তিযোগ্য হ’ব। এই মন্তব্য কৰে ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালে।

ন্যায়াধীশগৰাকীয়ে আই টি আইনৰ ৬৭ নং ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ অন্যান্য ধাৰাত দাখিল কৰা আগ্ৰাৰ মহম্মদ ইমৰাণ কাজীৰ বিৰুদ্ধে বিচাৰাধীন হৈ থকা অপৰাধমূলক গোচৰ খাৰিজ কৰি এই মন্তৱ্য কৰে।

মহম্মদ কাজীয়ে অবৈধ সমাবেশ সন্দৰ্ভত আন এজন ব্যক্তিয়ে শ্বেয়াৰ কৰা এটা পোষ্ট লাইক কৰিছিল। তাৰ বাবেই তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল। সেই গোচৰত ন্যায়াধীশে পৰ্যবেক্ষণ কৰি কয়, ‘মই কোনো উপাদান বিচাৰি পোৱা নাই যিয়ে ব্যক্তিজনৰ সৈতে কোনো আপত্তিকৰ পোষ্টৰ সম্পৰ্ক আছিল বুলি প্ৰমান কৰে। ব্যক্তিজনৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা হোৱা নাই। গতিকে ব্যক্তিজনৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি।‘

Apply Now

লগতে পঢ়কঃ ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

তেওঁৰ পৰ্যবেক্ষণত ন্যায়াধীশগৰাকীয়ে কয়, ‘যদিও আই টি আইনৰ অধীনত অশ্লীল বিষয়বস্তুৰ প্ৰেৰণ কৰা এক অপৰাধ, কিন্তু এই ক্ষেত্ৰত ব্যক্তিজনে মাত্ৰ জনৈক ফাৰহান উছমানে পোষ্ট কৰা অবৈধ সমাৱেশৰ পোষ্ট এটাত মাত্ৰ লাইক কৰিছিল। কেৱল এটা পোষ্ট লাইক কৰাৰ অৰ্থ এইটো নহয় যে সেইটো পুনৰ আনৰ মাজত বিয়পাই দিয়া হৈছে। গতিকে পোষ্ট এটা লাইক কৰিলে আই টি আইনৰ ৬৭ নং ধাৰা প্ৰয়োগ কৰিব নোৱাৰি। আনকি এই ক্ষেত্ৰত আই টি আইনৰ ৬৭ নং ধাৰা অশ্লীল উপাদান আৰু উত্তেজক কন্টেন্টৰ বাবে বিবেচনা কৰা নহ’ব।’

মহম্মদ ইমৰাণৰ বিৰুদ্ধে ৰুজু হৈছিল এক অপৰাধমূলক গোচৰ। ছ’চিয়েল মিডিয়াত ‘উদ্দীপক’ বাৰ্তা লাইক কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। অভিযোগ উত্থাপন হৈছিল যে অনুমতি অবিহনে মুছলমান সম্প্ৰদায়ৰ প্ৰায় ৬০০-৭০০ লোকৰ সমাৱেশৰ আয়োজন কৰা হৈছিল। আৰু সেই অবৈধ সমাৱেশৰ পোষ্টটো ইমৰানে লাইক কৰিছিল। আগ্ৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে অভিযোগনামা গ্ৰহণ কৰি ২০২৩ চনৰ ৩০ জুনত ব্যক্তিজনৰ বিৰুদ্ধে জামিনহীন ৱাৰেণ্ট জাৰি কৰে।

লগতে পঢ়কঃমাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ

উল্লেখ্য যে কিছুদিন পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে লিভ-ইন সম্পৰ্কক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছিল। লিভ-ইনত বাস কৰা দুটা আন্তঃধৰ্মীয় দম্পতীৰ এটা গোচৰত শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল যে, ‘লিভ-ইনৰ প্ৰতি আন্তৰিকতাতকৈ বিপৰীত লিংগৰ প্ৰতি মোহহে বেছি।’

এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে পৰ্যবেক্ষণ কৰিছিল যে লিভ-ইন সম্পৰ্ক ‘অস্থায়ী’ আৰু ‘টাইমপাছ’ হৈ পৰে। এটা গোচৰত লিভ ইন ৰিলেচনত থকা এহাল দম্পতীয়ে সুৰক্ষা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই আবেদন খাৰিজ কৰি এনে পৰ্যবেক্ষণ দাঙি ধৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd