• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 10:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে টী-২০ ফৰ্মেটত ইতিহাস ৰচিলে। টী-২০ ফৰ্মেটত বেক টু বেক ছয়টা অৰ্দ্ধ শতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰিয়ান। সাক্ষী হৈ ৰ’ল চৈয়দ মুস্তাক আলী ট্ৰফী  ২০২৩। ঘৰুৱা টী-২০ প্ৰতিযোগিতাত ৰিয়ান যে বিস্ফোৰক ফৰ্মত আছে তাক দোহৰাৰ প্ৰয়োজন নাই। ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰগৰাকীয়ে এই প্ৰতিযোগিতাত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে।

শুকুৰবাৰে কেৰালাই চৈয়দ মুস্তাক আলী ট্ৰফীত অসমৰ বিৰুদ্ধে খেলিছিল। টছত জয়ী হৈ অসমে মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সত ফিল্ডিং কৰে। প্ৰথমে বেটিং কৰি কেৰালাই ৬ উইকেটত ১২৭ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত অসমে দুটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। সৌজন্যত ৰিয়ান। তেওঁ মাত্ৰ ৩৩টা বলত ৫৭ ৰানৰ অপৰাজিত ইনিংছ খেলি ইতিহাস ৰচনা কৰে।

Apply Now

ইয়াৰ পূৰ্বে বিহাৰ, চাৰ্ভিচেছ, ছিকিম, চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ বিৰুদ্ধেও অৰ্ধশতক অৰ্জন কৰিছিল ৰিয়ানে। ৰিয়ানে সাতখন মেচৰ ভিতৰত ছখন খেলত ছয়টা অৰ্ধশতক অৰ্জন কৰে। ৰিয়ানৰ মুঠ সংগ্ৰহ ৪৪০ ৰান। বৰ্তমান তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

ৰিয়ানে বলিঙতো ভাল প্ৰদৰ্শন দাঙি ধৰিছে। গুৱাহাটীৰ ২১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে প্ৰতিযোগিতাখনত ৯টা উইকেট দখল কৰে। তেওঁ নিজ দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰে। ৰিয়ানৰ  ইক’নমি ৰেট ৭.১৪।

Riyan Parag becomes the first player in history to score 6 consecutive fifties in T20s. pic.twitter.com/ld79d76CGi

— Mufaddal Vohra (@mufaddal_vohra) October 27, 2023

ইয়াৰ পূৰ্বে বীৰেন্দ্ৰ ছেহৱাগে একেৰাহে ৫টা অৰ্ধশতক অৰ্জন কৰিছিল। ২০১২ চনৰ আই পি এলত প্ৰাক্তন ভাৰতীয় বিস্ফোৰক অ’পেনাৰগৰাকীয়ে এক দুৰ্দান্ত ধাৰাবাহিকতা দাঙি ধৰিছিল। ৰিয়ানে বীৰুক অতিক্ৰম কৰিলে।

উল্লেখ্য যে দেওধৰ ট্ৰফীতো আক্ৰমণাত্মক ফৰ্মত আছিল ৰিয়ান। পাঁচখন মেচত ৩৫৪ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। বেটিঙৰ লগতে বলিঙতো উজলি উঠিছিল ৰিয়ান। তেওঁ দখল কৰিছিল ১১টা উইকেট।

Riyan Parag in Syed Mushtaq Ali 2023:

45(19) & 0/53(4)
61(34) & 2/25(4)
76*(37) & 3/6(4)
53*(29) & 1/17(4)
76(39) & 1/37(4)
72(37) & 1/35(3)
57*(33) & 1/17(4)

He is ruling Syed Mushtaq Ali, just 21 years old, incredible consistency in the league…..!!!! pic.twitter.com/k0V9ArlDYO

— Johns. (@CricCrazyJohns) October 27, 2023

অৱশ্যে যোৱা আই পি এলত ভাল ফৰ্মত নথকা বুলি ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰিয়ান। 

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd