• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

ভক্তসকলে দাবী কৰিছিল যে তাজমহলটো মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত মুমতাজ মহলৰ সমাধিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ পূৰ্বে প্ৰকৃততে ভগৱান শিৱক উৎসৰ্গিত হিন্দু মন্দিৰ তেজো মহালয় আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 12:21 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বিতৰ্ক ১০ বছৰতকৈও অধিক সময় ধৰি চলি আছে। তাজমহল আচলতে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ ‘তেজো মহালয়’ আছিল বুলি দাবী কৰি আদালতত দেৱানী গোচৰ ৰুজু কৰা হৈছিল।

এই গোচৰৰ পৰিপ্ৰেক্ষিতত এতিয়া  সমাধিস্থলটো পৰিদৰ্শন কৰি ফটো তুলিবলৈ এগৰাকী ‘অধিবক্তা আয়ুক্ত’ নিযুক্তিৰ অনুৰোধ জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে।

Apply Now

সোমবাৰে ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালে এই সন্দৰ্ভত কেন্দ্ৰ আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ পৰা উত্তৰ বিচাৰিছে আৰু লগতে তেওঁলোকক প্ৰত্যুত্তৰত শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

তাজমহলক লৈ কি কি দাবী উত্থাপন হৈছে? দেৱতা শ্ৰী অগ্ৰেশ্বৰ মহাদেৱ নগ্নথেশ্বৰ তেজো মহালয় মন্দিৰ প্ৰাসাদৰ হৈ হৰিশংকৰ জৈন আৰু অন্যান্যই দাখিল কৰা এই আবেদনত তাজমহল পৰিদৰ্শন কৰিবলৈ এগৰাকী অধিবক্তা আয়ুক্ত নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিচাৰ আদালত (ট্ৰায়েল কোৰ্ট) আৰু সংশোধনী আদালতৰ (ৰিভিশ্যনেল কোৰ্ট) আপত্তিক প্ৰত্যাহ্বান জনাইছে।

উল্লেখ্য যে ২০১৫ চনত আগ্ৰাত দাখিল কৰা এক দেৱানী গোচৰৰ পৰাই এই বিবাদৰ সূত্ৰপাত হৈছে। সেই গোচৰত হৰিশংকৰ জৈন আৰু অন্যান্য ভক্তসকলে দাবী কৰিছিল যে তাজমহলটো মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত মুমতাজ মহলৰ সমাধিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ পূৰ্বে প্ৰকৃততে ভগৱান শিৱক উৎসৰ্গিত হিন্দু মন্দিৰ তেজো মহালয় আছিল। এই সন্দৰ্ভত এক ঘোষণাৰ সমান্তৰালকৈ তেওঁলোকে এই স্মৃতিসৌধৰ ভিতৰত হিন্দুসকলে দৰ্শন, পূজা আৰু আৰতি কৰাৰ অনুমতিও বিচাৰিছে।

আবেদনকাৰীসকলে কয় যে তাজমহলৰ স্থাপত্য আৰু গাঁথনিগত বৈশিষ্ট্যৰ নথিভুক্ত কৰিবলৈ পৰিদৰ্শন কৰাটো প্ৰয়োজন। তেওঁলোকে যুক্তি দিয়ে যে কেৱল মৌখিক সাক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰামাণিক তথ্যসমূহ কাৰ্যকৰীভাৱে প্ৰমাণ কৰাটো সম্ভৱ নহয়। যিহেতু তাজমহল এ এছ আইৰ নিয়ন্ত্ৰণত থকা এক সংৰক্ষিত স্মৃতিসৌধ, সেয়েহে তেওঁলোকে দাবী কৰে যে বিচাৰ আদালতত তেওঁলোকে তাজমহলৰ যিবোৰ অংশৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছে, সেইবোৰত মুক্তভাৱে প্ৰৱেশ বা ফটো তোলাত নিষেধাজ্ঞা আৰোপ কৰা আছে।

সেইবাবেই ২০১৭ চনত আবেদনকাৰীসকলে তাজমহল পৰিদৰ্শন, ফটো আৰু ভিডিঅ’ লোৱা আৰু বিচাৰ আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ এগৰাকী অধিবক্তা আয়ুক্ত নিযুক্তিৰ বাবে আবেদন দাখিল কৰিছিল। অৱশ্যে এই সন্দৰ্ভত আয়ুক্ত নিযুক্তিৰ কোনো ন্যায্যতা নাই বুলি উল্লেখ কৰি বিচাৰ আদালতে ২০১৯ চনৰ জুলাই মাহত এই আবেদন খাৰিজ কৰিছিল। আগ্ৰাৰ অতিৰিক্ত জিলা ন্যায়াধীশেও যোৱা ৪ এপ্ৰিলত একেটা সিদ্ধান্তকে বাহাল ৰাখে।

এই নিৰ্দেশত অসন্তুষ্ট আবেদনকাৰীসকলে এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। অধিবক্তা বিষ্ণু শংকৰ জৈন আৰু সহকাৰী অধিবক্তা সৌম্য শ্ৰীবাস্তৱে দাবী কৰে যে দুয়োখন আদালতে সংঘাতপূৰ্ণ বিষয়সমূহ সমাধানৰ বাবে স্থানীয় তদন্তৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে বিবেচনা কৰাত ব্যৰ্থ হোৱাৰ লগতে আবেদনৰ যোগ্যতাৰ সৈতে সম্পৰ্কহীন ভিত্তিত সেই আবেদন খাৰিজ কৰে।

আৱেদনখনত কোৱা হৈছে যে কীৰ্তিচিহ্নটোৰ আন্তঃগাঁথনিগত বৈশিষ্ট্য, স্থাপত্যৰ বৈশিষ্ট্য আৰু অন্যান্য দৃশ্যমান দিশসমূহ কেৱল মৌখিক সাক্ষ্যৰ জৰিয়তে প্ৰমাণ কৰিব নোৱাৰি, তাৰ বাবে পৰিদৰ্শকৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd