• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এইখন হিন্দুস্তান, সংখ্যাগুৰুৰ ইচ্ছা অনুসৰি চলিব দেশ’, মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 9, 2024 1:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংখ্যাগৰিষ্ঠ হিন্দুৰ ইচ্ছা অনুসৰি চলিব দেশ। এই মন্তব্য কোনো বিজেপি নেতা বা হিন্দুত্ববাদী সংগঠনৰ অধ্যক্ষৰ নহয়। এই কথা কৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে। বিশ্ব হিন্দু পৰিষদৰ এখন সভাৰ মঞ্চত তেওঁৰ এই বিতৰ্কিত মন্তব্যই ধুমুহাৰ সৃষ্টি কৰিছে।

প্ৰয়াগৰাজত বিশ্ব হিন্দু পৰিষদৰ সভাত অংশগ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে। দীনেশ পাঠক নামৰ আন এজন ন্যায়াধীশো তেওঁৰ লগত তাত উপস্থিত আছিল। সেই মঞ্চৰ পৰাই তেওঁ ইউনিফৰ্ম চিভিল কোড বা অভিন্ন দেৱানী বিধিক লৈ বক্তৃতা দি আছিল। তাৰ মাজতে তেওঁ ক’লে, “এইখন হিন্দুস্তান। সংখ্যাগুৰুৰ মৰ্জিমতে চলিব দেশ।”

Apply Now

ন্যায়াধীশগৰাকীয়ে কিয় এই মন্তব্য কৰিছে সেই কথাও বুজাই দিলে। ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে কয়, “এইটো কোৱাত কোনো বাধা নাই যে এয়াই দেশৰ আইন। সংখ্যাগুৰুসকলৰ বাবেই দেশৰ আইন চলে। পৰিয়াল বা সমাজ ব্যৱস্থালৈ চাওক, সংখ্যাগুৰুসকলৰ উন্নয়ন আৰু সুবিধা য’ত হয়, সেইটোৱে দেশৰ আইনত গ্ৰহণযোগ্য।”

লগতে পঢ়কঃ দেশৰ ৬৬% সংস্থাই কাম আদায়ৰ বাবে চৰকাৰী বিষয়াক দিছে উৎকোচ! চাঞ্চল্যকৰ প্ৰতিবেদন

নিজৰ মন্তব্যত সংখ্যালঘু মুছলমানসকলক লৈ প্ৰত্যক্ষভাৱে কোনো কথা নক’লেও তেওঁ স্পষ্টভাৱে কয়, একাধিক বিয়া কৰা, তালাক প্ৰথা, হালাল এইবোৰ এই সমাজত মানি ল’ব নোৱাৰি।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকী ভাষণ ইয়াতেই শেষ হোৱা নাই। তেওঁ লগতে কয় যে শাস্ত্ৰ বা বেদত দেৱী বুলি ব্যাখ্যা কৰা নাৰীক অপমান কৰিব নোৱাৰি, কোনোৱে কৰিলে সেয়া সহ্য কৰা নহ’ব। চাৰি-পাঁচবাৰ বিয়া আৰু তিনিবাৰ বিবাহ বিচ্ছেদ কৰাৰ অধিকাৰ কাৰো নাই। অৱশ্যে তেওঁ লগতে ইয়াকো কয় যে হিন্দু ধৰ্মতো সতী দাহ আৰু বাল্যবিবাহৰ দৰে বেয়া প্ৰথা আছে। কিন্তু ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিত্বই তাৰ সমাপ্তি ঘটাইছে।

তেওঁ লগতে কয়, “হিন্দুসকলক কোনো সৰু জন্তু হত্যা নকৰিবলৈও শিকোৱা হয়। এইবোৰ আমাৰ পৰা আনে শিকিব লাগে। কাৰণ তেনেকৈয়ে আমি আনৰ বেদনা অনুভৱ কৰিব পাৰো। কিন্তু যিটো ধৰ্মত শিশুৱে সৰুৰে পৰাই জীৱ-জন্তু বধৰ সন্মুখীন হয়, তাত তেওঁলোকে ডাঙৰ হৈ সহনশীল হ’ব বুলি আশা কৰিব নোৱাৰি।”

লগতে পঢ়কঃ জুনিয়ৰ মহিলা হকী এছিয়া কাপত বাংলাদেশক ১৩-১ গ’লত পৰাস্ত কৰিলে টিম ইণ্ডিয়াই

এইগৰাকী ন্যায়াধীশে এনে বিতৰ্কিত মন্তব্যৰে শিৰোণামলৈ অহা এইবাৰেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০২১ চনত তেওঁ সংবাদ মাধ্যমত দাবী কৰিছিল যে গৰুৱেই একমাত্ৰ প্ৰাণী যিয়ে অক্সিজেন নিৰ্গত কৰে। লগতে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈও দাবী জনাইছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd