• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিনেলযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিম্নমানৰ চিনেন্ট ব্যৱহাৰৰ অভিযোগ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
July 29, 2020 2:11 pm
Screenshot_2020-07-29-13-54-15_1
2.2k
VIEWS
Share on FacebookShare on Twitter

লেহেমীয়া গতিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ দায়িত্ব প্ৰাপ্ত ঠিকা প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ চিমেন্টকে ধৰি বিভিন্ন সামগ্ৰী পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

ইয়াৰ লগতে কোনো বিজ্ঞানসন্মত প্ৰক্ৰিয়া অৱলম্বন নকৰাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে বিভিন্ন বিজুতি ঘটাও পৰিলক্ষিত হৈছে।

জি ডি ছি এল নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে লাভ কৰিছিল উক্ত অংশ পথৰ সম্প্ৰসাৰণৰ কাম।

পৰৱৰ্তী সময়ত জি ডি ছি এলে এই কাম লিংকন নামৰ এটা প্ৰতিষ্ঠানক হস্তান্তৰ কৰে।

এই প্ৰতিষ্ঠানটোৱে কৰা কাম ইমানেই নিম্নমানৰ যে নিৰ্মাণৰ এসপ্তাহ নহঁওতেই ফাট ওলাইছে পকী নলা সমূহত। বন, মেটেকা, বোকা আদি চাফা নকৰাকৈ তথা মাটিৰ কোনো গুনাগুণ পৰীক্ষা নকৰাকৈ যিকোনো মাটিৰে পূৰণ কৰিছে দ অংশ।

পথ সম্প্ৰসাৰণৰ কামত উন্নত মানৰ চিমেন্ট ব্যৱহাৰ কৰা বুলি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল যদিও প্ৰতিষ্ঠানটোৰ গুদামত নিম্নমানৰ চিমেন্টহে মজুত থকাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে বিসংগতি পূৰ্ণ কামৰ বিৰুদ্ধে একাংশ যুৱকে জিলা উপায়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Recent News

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd