DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ পুষ্পা: ঘোষণা হ’ল পুষ্পা ২ৰ মুক্তিৰ দিন; চাওক কেতিয়া পাব মুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 6:46 pm
Pushpa 2
13.7k
VIEWS
Share on FacebookShare on Twitter

অন্ত পৰিল চিনেপ্ৰেমীৰ উৎসুকতা। ঘোষণা হ’ল বহু প্ৰতীক্ষিত ‘পুষ্পা: দ্য ৰোল’ৰ মুক্তিৰ দিন। ইতিপূৰ্বে মুক্তি পোৱা চিনেমাখনৰ ট্ৰেইলাৰ দৰ্শনৰ পিছতে পুষ্পাৰ ‘ন-লুক’ক লৈ ৰোমাঞ্চিত হৈ আছে চিনেপ্ৰেমীসকল।

চিনেপ্ৰেমীৰ এই উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰে। অহা বৰ্ষৰ ১৫ আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাই ছবিগৃহলৈ আহিব ‘পুষ্পা: দ্য ৰাইজ’ৰ ছিকুৱেল ‘পুষ্পা: দ্য ৰুল’।

 

Mark the Date ❤️‍🔥❤️‍🔥

15th AUG 2024 – #Pushpa2TheRule Grand Release Worldwide 🔥🔥

PUSHPA RAJ IS COMING BACK TO CONQUER THE BOX OFFICE 💥💥

Icon Star @alluarjun @iamRashmika @aryasukku #FahadhFaasil @ThisIsDSP @SukumarWritings @TSeries pic.twitter.com/LWbMbk3K5c

— Mythri Movie Makers (@MythriOfficial) September 11, 2023

উল্লেখ্য যে, ২০২১ ৰ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’- এ দেশৰ লগতে বিদেশতো লাভ কৰিছিল ব্যাপক সফলতা। অভিনৱ লুকেৰে দৰ্শকৰ মনত বাৰুকৈয়ে সাঁচ বহুৱাইছিল অভিনেতাগৰাকীয়ে।

কেৱল আল্লু অৰ্জুন বুলিয়েইনহয়, ছবিখনৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়েই কৰিছিল দুৰন্ত অভিনয়। ছবিখনৰ মূল চৰিত্ৰ পুষ্পাত কৰা অভিনয়ৰ সুবাদতে আল্লু অৰ্জুনে শেহতীয়াকৈ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

‘পুষ্পা ২-দ্য ৰোল’ বিশ্বজুৰি কেইবাটাও ভাষাত ছবিগৃহত মুক্তি পাব। সুকুমাৰৰ পৰিচালনাৰ এই ছবিখনত আইকন ষ্টাৰ আল্লু অৰ্জুন, ৰশ্মিকা মান্ধান্না আৰু ফাহাদ ফাজিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Recent News

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd