• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্বপ্নালয়’ৰ কিশোৰী নিৰ্যাতন : ২০ টা সংগঠনৰ অৱস্থান ধৰ্মঘট, সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ কৰাৰ হুংকাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 30, 2018 7:42 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কঁপোৱা শিৱসাগৰৰ ‘স্বপ্নালয়’ নামৰ অনাথ আশ্ৰয় গৃহত কিশোৰীক যৌন নিৰ্যাতন চলাই বৰ্তমান পলাতক অৱস্থাত থকা স্নেহালয়ৰ পৰিচালক পৰাগ গোস্বামীক আজিলৈকে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত ২৯ ডিচেম্বৰত শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ২০ টা সংগঠনে যৌথ ভাৱে অৱস্থান ধৰ্মঘট পালন কৰে।

এজাহাৰ দাখিল কৰা ২৪ ঘণ্টাৰ পাছতো আৰক্ষীয়ে পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰাৰ লগতে  যৌথ সংগ্ৰামী মঞ্চই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে শিৱসাগৰ আৰক্ষীক। অন্যথা ২০ টা সংগঠনে পৰৱৰ্ত্তী সময়ত সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদত নামিব বুলি হুংকাৰ দিয়ে।

Apply Now

লগতে শিৱসাগৰ আৰক্ষীয়ে পৰাগ গোস্বামীক ৰক্ষণাবেক্ষণা দিয়াৰ অভিযোগ আনি ২০ টা সংগঠনৰ বিষয়ববীয়াই স্বাক্ষৰ কৰি জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰীলৈ পৰাগ গোস্বামীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি নিৰ্যাতিতা যুৱতী গৰাকীক ন্যায় প্ৰদানৰ দাবী তুলি  স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ধৰ্মঘটস্থলীতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত  শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাক সকলোৱে এক মুখে ধিক্কাৰ দিয়ে। প্ৰতিবাদী সভাত পৰাগ গোস্বামীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা, স্বপ্নালয়ত ঘটা সকলো বিলাক যৌন নিৰ্যাতনৰ ঘটনাৰ চি বি আইৰ জৰিয়তে তদন্ত কৰা, স্বপ্নালয়ে লাভ কৰা চৰকাৰী অনুদান আৰু ৰাইজৰ দান-বৰঙণিৰ খাতিয়ান ৰাজহুৱা কৰাৰ লগতে পৰাগ গোস্বামীৰ নেতৃত্বধীন চেপ নামৰ এন জি অ’ টোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী উত্থাপন কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd