• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম্ভৱক সম্ভৱ কৰি তুলিলে অমনে! ১০ ঘন্টাত হ্ৰাস কৰিলে ৪.৫ কিলোগ্ৰাম, জিকিলে ব্ৰঞ্জৰ পদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2024 12:09 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিনেশ ফ’গাটে নোৱাৰিলে, কিন্তু পেৰিছ অলিম্পিকত অসম্ভৱক সম্ভৱ কৰি তুলিলে অমন শ্বেৰাৱাটে। অমন শ্বেৰাৱাটৰো ফাইনেল মেচৰ পূৰ্বে ভিনেশ ফ’গাটৰ যি সমস্যা আছিল, সেই একেই সমস্যা আছিল। খেলৰ আগৰ নিশা ওজন বৃদ্ধি পালে। কিন্তু গোটেই ৰাতি চেষ্টা কৰাৰ পিছতো ভিনেশে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, মাত্ৰ ১০০ গ্ৰামৰ বাবে তেওঁৰ আৰু ভাৰতবাসীৰ সপোন হেৰাই গ’ল। ডাঙৰ ফৰ্মত থকা ফ’গাটে ফাইনেলত প্ৰৱেশ কৰিলে সোণৰ পদক লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেই স্থান লাভ কৰিব নোৱাৰিলে।

অমনে অৱশ্যে শেষ মুহূৰ্তত কঠোৰ শাৰীৰিক ব্যায়াম কৰি নিৰ্দিষ্ট সীমাৰ ভিতৰত নিজৰ ওজন কমাবলৈ সক্ষম হয়। ৫৭ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ মেচৰ আগদিনা নিশা ঘণ্টাৰ পিছত ঘণ্টা ঘাম পেলাই ওজন হ্ৰাস কৰি হাৰিয়ানাৰ ২১ বছৰীয়া যুৱকজনে কেৰিয়াৰৰ প্ৰথমটো অলিম্পিক ব্ৰঞ্জৰ পদক লাভ কৰে। পেৰিছৰ পৰা দেশখনে লাভ কৰে ষষ্ঠটো পদক।

বৃহস্পতিবাৰে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমন শ্বেৰাৱাটৰ শৰীৰৰ ওজন ৬১.৫ কিলোগ্ৰাম, যিটো নিৰ্দিষ্ট শাখাৰ ওপৰৰ ওজনৰ সীমাতকৈ প্ৰায় ৪.৫ কিলোগ্ৰাম বেছি আছিল, কিন্তু প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি অমনে মাত্ৰ ১০ ঘণ্টাৰ ভিতৰতে সেই ওজন কমালে। ব্ৰঞ্জৰ পদকৰ মেচখনত নমাৰ বাবে যোগ্যতা অৰ্জন কৰে। শেষত প’ৰ্ট’ ৰিকোৰ ডাৰিয়ান ক্ৰুজক ১৩-৫ ব্যৱধানত পৰাস্ত কৰি পদক লাভ কৰে।

Apply Now

ভাৰতীয় মল্লযুঁজ দলৰ দুই প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াৰ নিৰীক্ষণত অমনে অৱশেষত ১০ ঘণ্টাত ৪.৫ কেজি ওজন কমাবলৈ সক্ষম হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ছেমি ফাইনেল শেষ কৰাৰ পিছত ২১ বছৰীয়া অমনে মেটত একেৰাহে ১.৫ ঘণ্টা মল্লযুঁজ কৰে। এঘণ্টাৰ গৰম পানীত গা ধোৱাৰ পিছত অমনে ৰাতি ১২:৩০ মান বজাত পোনে পোনে এঘণ্টা ধৰি ট্ৰেডমিলত দৌৰিছিল, যাৰ বাবে অতিৰিক্ত ঘাম ওলাইছিল আৰু তেওঁৰ ওজন সোনকালে কমিছিল।

আধা ঘণ্টাৰ বিৰতিৰ পিছত পাঁচ মিনিটৰ বাবে অমনে পাঁচবাৰ ছাউনা বাথ কৰে। ইয়াৰ পিছতো দেখা যায় যে অমনৰ ওজন তেতিয়াও ৯০০ গ্ৰাম বেছি। মল্লযুঁজাৰুৰ বাবে ওজন কমাটো অস্বাভাৱিক নহয়, কিন্তু ভিনেশৰ ক্ষেত্ৰত দেখা গৈছে ভাৰতীয় মল্লযুঁজাৰু আৰু তেওঁলোকৰ প্ৰশিক্ষকে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া আছিল। লঘু মালিচ কৰাৰ পিছত অমনে ১৫ মিনিট জগিং কৰিলে। ৰাতিপুৱা ৪:৩০ বজাৰ ভিতৰত দেখা যায় যে তেওঁৰ ওজন ৫৬.৯ কিলোগ্ৰাম, অৰ্থাৎ কিছু বিশেষ শ্ৰেণীত অংশগ্ৰহণৰ বাবে ওজনৰ উচ্চ সীমাতকৈ ১০০ গ্ৰাম কম। ১০ ঘন্টা অবিৰত অনুশীলনৰ সময়ত অমনে মৌ আৰু নেমুৰ সৈতে কেৱল গৰম পানী খাইছিল, মাত্ৰ এবাৰ নে দুবাৰ কফি খাইছিল।

ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত অমনৰ প্ৰতিক্ৰিয়া আছিল, ‘মই ৰাতি শোৱা নাছিলো, সেয়ে বিভিন্ন মল্লযুঁজ চাই সাৰ পাই আছিলো’। তেওঁৰ প্ৰশিক্ষক বীৰেন্দ্ৰ দহিয়াই কয় যে অমনৰ ওজন প্ৰতি ঘণ্টাত জুখি চাইছিল। গোটেই ৰাতি শুব পৰা নাছিল, ৰাতিপুৱাও সাৰ পোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd