• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়াৰতেলৰ সহযোগত এমাজনে আজিৰ পৰা ভাৰতত আৰম্ভ কৰিছে প্ৰাইম ভিডিঅ’ প্লেন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2021 2:51 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এমাজনে ভাৰতত পোন প্ৰথমবাৰৰ বাবে প্ৰাইম ভিডিঅ’ ম’বাইল এডিশ্যন মুকলি কৰিছে। এই প্ৰাইম ভিডিঅ’যোগে গ্ৰাহকে মোবাইল স্ক্ৰীণত এছডি কোৱালিটিৰ মনোৰঞ্জনৰ সকলো ধৰণৰ ভিডিঅ’ উপভোগ কৰিব পাৰিব।

ভাৰতী এয়াৰতেলৰ সহযোগিতাত এমাজনে আৰম্ভ কৰা এই প্ৰাইম ভিডিঅ’ মোবাইল এডিশ্যন প্লেন ভাৰতত ৮৯ টকাৰে আৰম্ভ কৰা হৈছে।

Apply Now

ভাৰতত প্ৰাইম ভিডিঅ‘ মোবাইল সংস্কৰণ মুকলিৰ অংশ হিচাপে প্ৰি-পেইড পেক থকা সকলো এয়াৰটেল গ্ৰাহকে তেওঁলোকৰ ম‘বাইল নম্বৰ ব্যৱহাৰ কৰি এয়াৰটেল থেংকিউ এপৰ পৰা এমাজনেৰে সংযোগ কৰি ৩০ দিনৰ বিনামূলীয়া পৰীক্ষণ প্লেন লাভ কৰিব পাৰিব।

৩০ দিনৰ বিনামূলীয়া পৰীক্ষণৰ প্লেনৰ পিছত এয়াৰটেলৰ গ্ৰাহকসকলে ৮৯ টকাৰ আৰম্ভণি অফাৰেৰে প্ৰী-পেইড ৰিচাৰ্জৰ যোগেৰে প্ৰাইম ভিডিঅ‘ মোবাইল সংস্কৰণ উপভোগ কৰিব পাৰিব।

এই প্লেনত গ্ৰাহকে ৬ জিবি ডাটা ২৮ দিনৰ বাবে প্ৰাইম ভিডিঅ‘ ম‘বাইল সংস্কৰণ লাভ কৰিব। আনহাতে ২৮ দিনত অসীম ডাটা ব্যৱহাৰৰ বাবে গ্ৰাহকে ২৯৯ টকাৰ পেক বাছনি কৰিব পাৰিব। এই পেকত গ্ৰাহকে প্ৰতিদিনে ১.৫ জিবি ডাটা উপভোগ কৰাৰ লগতে অসীম ফোনকলৰ সুবিধা লাভ কৰিব।

আনহাতে ১৩১ টকা ৰিচাৰ্জেৰে এমাজনৰ ৩০ দিনৰ এমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰিব পাৰিব গ্ৰাহকে। ইয়াৰ বিপৰীতে ৩৪৯ টকাৰ ৰিচাৰ্জ কৰিলে ২৮ দিনৰ ভেলিডিটিৰে দৈনিক ২ জিবি ডাটাৰে অসীম ফোনকলৰ সুবিধা লাভ কৰিব।

আজিৰ পৰা এমাজন প্ৰাইম ভিডিঅ’ সকলোবোৰ ৰিচাৰ্জ প্লেন এয়াৰটেল থেংকিউ এপৰ যোগেদি গ্ৰাহকে কৰি ল’ব পাৰিব।

উল্লেখ্য যে, প্ৰাইম ভিডিঅ’ত গ্ৰাহকে সহ্স্ৰাধিক চিনেমাৰ লগতে টিভিৰ সকলোবোৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd