DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত মুকেশ আম্বানী, আম্বানীৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 10:51 am
Ambani trumps China’s Zhong Shanshan to top Asia rich list
481
VIEWS
Share on FacebookShare on Twitter

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী।

আম্বানীয়ে চীনত বিশুদ্ধ পানীৰ বটলৰ ব্যৱসায় কৰি ধনকুবেৰত পৰিণত হোৱা ঝং ছানছানক চেৰ পেলাই ধনী ব্যক্তিৰ তালিকাৰ প্ৰথম স্থানত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা তালিকাত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৮ হাজাৰ ২০০ কোটি ডলাৰ হিচাবে দেখুওৱা হৈছে।ভাৰতীয় মুদ্ৰাৰ হিচাবত এই ধনৰ পৰিমাণ ৬.৬২ লাখ কোটি টকা।

তালিকাৰ দ্বিতীয় স্থানত থকা চীনৰ ধনকুবেৰ ঝং ছানছানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭ হাজাৰ ৬০০ কোটি ডলাৰ।

ইয়াৰ পূৰ্বেও কেইবাবাৰো এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ মুকেশ আম্বানী।

কিন্তু মাজতে চীনৰ জেক মাই আম্বানীক চেৰ পেলাইছিল যদিও এইবাৰ পুনৰ আম্বানীয়ে পুনৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যোৱা বছৰৰ আগষ্ট মাহত ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি বিশ্বৰ চতুৰ্থগৰাকী ধনাঢ্য ব্যক্তিৰ স্থানত উপৱিষ্ট হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ ঘোষণা কৰা তালিকাত মুকেশ আম্বানীক বিশ্বৰ চতুৰ্থ গৰাকী ধনাঢ্য ব্যক্তি বুলি কোৱা হৈছিল।

ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমনে মুকেশ আম্বানিয়ে জেফ্ বেজ’ছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ পিছতে চতুৰ্থ স্থান লাভ কৰিছিল।

উল্লেখ্য যে, ফেইচবুকৰ কো-ফাউণ্ডাৰ তথা ৱিকিপিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে মুকেশ আম্বানিয়ে যোৱা বছৰৰ জানুৱাৰী মাহৰ পিছত একেকোবে দহটা স্থান আগুৱাই আহি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থানত উপৱিষ্ট হৈছে।

এই তালিকাত আম্বানিয়ে বাৰ্ণাৰ্ড আৰ্ণল্ড, ৱাৰেন্ট বুফেট, ষ্টীভ বালমাৰ, লাৰী পেউজ, চাৰ্গে ব্ৰীন, এলম মুস্ক আদি বিশ্বৰ বহু ধনাঢ্য ব্যক্তিক চেৰ পেলাই থৈ আহিছিল।

Recent News

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd