• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমবাছা আৰক্ষী আৰু ১৩০ বিএছএফ বেটেলিয়নৰ অভিযানত গাঞ্জাভৰ্তি ট্ৰাক জব্দ

পান্না ঘোষ by পান্না ঘোষ
September 21, 2018 5:34 pm
n1 (1)
234
VIEWS
Share on FacebookShare on Twitter

আমবাছা আৰক্ষী আৰু ১৩০ বিএছএফ বেটেলিয়নে জহৰনগৰ এলেকাৰ পৰা এখন শুকান গাঞ্জাভৰ্তি ট্ৰাক জব্দ কৰে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে HR38U5420। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ৮০০কেজি শুকান গাঞ্জা জব্দ কৰে। ভাৰতীয় বজাৰত এই গাঞ্জাখিনিৰ মূল্য ৪০ লাখ টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে।

আৰক্ষীয়ে আইন বহিৰ্ভুতভাৱে গাঞ্জা কঢ়িওৱাৰ অভিযোগত ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক কেইজন মোহনপুৰ লেফুগাৰ ৰঞ্জন বেববৰ্মা (৩১), ফৰিদপুৰ দিল্লীৰ ছুখেন খান (১৬) আৰু হাৰিয়ানাৰ মকবুল ছাজিদ বুলি চিনাক্ত কৰা হৈছে।  আৰক্ষীয়ে আটকাধীন লোককেইজনৰ পৰা ৫০০ টকীয়া ভাৰতীয় নোটৰ মুঠ ৫৯ হাজাৰ টকা জব্দ কৰিছে। ধালাইৰ আৰক্ষী অধীক্ষক আশীষ দাশগুপ্তাৰ নেতৃত্বত চিআৰপিএফ বেটেলিয়নৰ দলটোৱে এই অভিযানটো সফলতাৰে ৰূপায়ন কৰিছিল।৫৯ হাজাৰ

উক্ত লোককেইজনে গাঞ্জাভৰ্তি ট্ৰাকখন আগৰতলাৰ পৰা বিহাৰলৈ লৈ গৈ আছিল। পৰৱৰ্তী অনুসন্ধানৰ বাবে উক্ত লোককেইজনক আদালতত হাজিৰ কৰোৱা হৈছে।

উল্লেখ্য যে ত্ৰিপুৰাত বিপ্লব কুমাৰ দেবে মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত ড্ৰাগৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ড্ৰাগৰ বিৰুদ্ধে তালাচী অভিযান কঠোৰ কৰি তোলা হৈছে। ইফালে ড্ৰাগ ব্যৱসায়ীসকলেও অবৈধভাৱে সৰবৰাহ কৰাৰ বাবে প্ৰতি দিনে নিত্য নতুন কৌশল অৱলম্বন কৰাটো পৰিলক্ষিত হৈছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd