• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ১৬ বছৰীয়া যুৱতীৰ ডিম্বাশয়ৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়ালে ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 22, 2021 8:15 am
AMCH-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰ্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিসালয়ৰ চিকিৎসকৰ বৃহৎ সাফল্য। চিকিৎসা মহাবিদ্যালয় খনৰ চিকিৎসকৰ দল এটাই এগৰাকী ১৬ বছৰীয়া যুৱতীৰ দেহৰ পৰা কাটি উলিয়ালে ৩০ কিলোগ্ৰাম ওজনৰ এটা টিউমাৰ।

অত্যন্ত জটিল এটা অস্ত্ৰোপচাৰৰ মাধ্যমেৰে চিকিৎসকৰ দলটোৱে যুৱতীগৰাকীৰ ডিম্বাশয়ৰ পৰা এই বৃহৎ ওজনৰ টিউমাৰটো আঁতৰাই পেলাবলৈ সক্ষম হয়।

Apply Now

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা চিকিৎসালয় খনৰ মুখ্য অধীক্ষক সঞ্জীৱ কাকতিয়ে প্ৰকাশ কৰা মতে ইমান ওজনৰ টিউমাৰ এটা দেহত থকাৰ বাবেই যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰিছিল যদিও জ্যেষ্ঠ চিকিৎসক ডাঃ কৰুণা দাসৰ প্ৰচেষ্টা আৰু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় খনৰ আন চিকিৎসক-চিকিৎসা কৰ্মীৰ সহযোগত টিউমাৰটো কাটি উলিয়াব পৰা হয়।

অস্ত্ৰোপচাৰৰ পিছত যুৱতীগৰাকীৰ সকলো অংগই সুন্দৰভাবে কাম কৰি থকাৰ লগতে যুৱতীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কাকতিয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

কাকতিয়ে লগতে কয় যে অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাসত এয়া এক বিশেষ সাফল্য হিচাবে পৰিগণিত হ’ব।

এনে এটা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাৰ বাবে তেওঁ চিকিৎসা মহাবিদ্যালয় খনৰ সংশ্লিষ্ট চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে।

যুৱতীগৰাকীৰ দেহৰ পৰা ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰটো আঁতৰাই পেলাবলৈ বহু সময় ধৰি অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল বুলিও তেওঁ মন্তব্য কৰে।

চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰফেচৰ ডাঃ আৰ সোণোৱাল,ডাঃ প্ৰণতি দত্ত আৰু ডাঃ ঐশ্বৰ্য লক্ষ্মীৰ প্ৰচেষ্টাত এই অস্ত্ৰোপচাৰ সফলতাৰে সমপন্ন কৰা হয়।

অস্ত্ৰোপচাৰৰ সময়ত উপস্থিত আছিল এনাছথেছিয়া বিশেষজ্ঞ সহযোগী অধ্যাপক ডাঃ কেকে দাস, ডাঃ অমৰেন্দ্ৰ ডেকা,ডাঃ আৰ গিৰি প্ৰশান্ত,ডাঃ কুশল বিজলানি,ডাঃ সুদীপা পাল,ডাঃচিৰদীপ সেনগুপ্তা আৰু নাৰ্চ ৰেখা জ্যোতি।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd