• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুত্ৰ পৰিচয়েৰে প্ৰৱঞ্চনা! আৱেগেৰ খেলি মোবাইল-খাদ্যশস্য লৈ অন্তৰ্ধান ‘সন্যাসী’; ওলাল উৰহীৰ ওৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 12, 2024 12:07 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৱেগিক প্ৰতাৰণা (emotional blackmail)! ২২ বছৰৰ মূৰত পুত্ৰক ঘূৰাই পোৱাৰ বাবে আনন্দত আত্মহাৰা হোৱা পিতৃ-মাতৃৰ এইবাৰ ভুল ভাঙিল। ১৩ কুইণ্টল খাদ্য শস্য আৰু মোবাইল ফোন লৈ অন্তৰ্ধান হ’ল ‘সন্যাসী’। উত্তৰ প্ৰদেশৰ আমেথিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, ৰতিপাল সিং আৰু তেওঁৰ পত্নী ভানুমতী দিল্লীৰ বাসিন্দা। তেওঁলোকৰ পুত্ৰ পিংকু। গোটেই দিনটো খেলা-ধূলা উপভোগ কৰি কটাইছিল। শেষত পিংকুৱে মাক-দেউতাকৰ পৰা গালি খাই  ১১ বছৰ বয়সত ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লয়। সেয়া ২০০২ চনৰ ঘটনা। ইয়াৰ পিছত পৰিয়ালটোৱে আৰু পুত্ৰৰ পুনৰ সন্ধান পোৱা নাছিল।

দুটা দশক পাৰ হৈ গ’ল। কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ আমেথিত দেখা গৈছিল পিংকুক। সি ৰতিপালৰ মূল গাঁৱখনত চিনাকি দি মাকক বিচাৰি আছিল। খবৰ পোৱাৰ পিছতেই তেওঁলোকে আৰু পলম কৰা নাছিল। ৰতিপাল আৰু ভানুমতী দিল্লীৰ পৰা আমেথি পালেগৈ। শৰীৰত এটা চিন দেখি মাতৃয়ে পুত্ৰক চিনি পালে।

Apply Now

লগতে পঢ়কঃ অসমীয়াকে ধৰি ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষা

তাৰপিছত? সন্ন্যাসীৰূপী ল’ৰাটোৱে মাকৰ পৰা ভিক্ষা লৈ উভতি গ’ল। তেওঁ কয় যে তেওঁলোকৰ সম্প্ৰদায়ত এটা নিৰ্দিষ্ট সময়ৰ পিছত তেওঁলোকে মাতৃৰ পৰা ভিক্ষাগ্ৰহণ কৰিবলগীয়া হয়। সেই নিয়ম মানি চলিবলৈকে তেওঁ উভতি আহিছে।

গাঁৱৰ ৰাইজে ১৩ কুইণ্টল খাদ্য শস্য ভিক্ষা হিচাপে দিয়ে। পেহীয়েকে ১১ হাজাৰ টকাৰে পিংকুক এটা মোবাইল কিনি দিলে।

তাৰপিছত? ৰতিপালে জনায় যে দুদিনমান আগতে পুত্ৰই ফোনত কৈছিল যে তেওঁ ঘৰলৈ উভতি যাব বিচাৰে। কিন্তু তেওঁলোকক আশ্ৰয় দিয়া ধৰ্মীয় সংগঠনটোৱে ১১ লাখ টকা বিচাৰিছে। টকা দিলেহে ঘৰলৈ উভতি যাব পাৰিব। প্ৰথমতে তেওঁ মান্তি নহ’ল যদিও পত্নীৰ হেঁচাত অৱশেষত ৰতিপালে টকাখিনিৰ ব্যৱস্থা কৰিলে। কিন্তু টকা লৈ মঠলৈ যোৱাৰ কথা কওঁতে ল’ৰাটোৱে আপত্তি কৰিলে! তেওঁ অনলাইনত টকা পঠিয়াবলৈ ক’লে।

লগতে পঢ়কঃ ভূত নহয় অদ্ভুত, শৱ ‘দাহ’ৰ পিছত জীৱন্তে ঘৰলৈ উভতি আহিল যুৱক!

ৰতিপাল আৰক্ষীৰ কাষ চাপিল। তদন্তত পোহৰলৈ আহিছে যে পিংকুৰ পৰিচয় লৈ তেওঁলোকৰ পৰিয়াললৈ অহা লোকজন তেওঁলোকৰ হেৰুৱা সন্তান একেবাৰেই নহয়। আনকি তেওঁ উল্লেখ কৰা ঝাৰখণ্ডৰ মঠটোও ভুৱা। সেই যুৱকজনৰ আচল নাম নাফিছ। ঘৰ উত্তৰ প্ৰদেশৰ গোণ্ডা গাঁৱত। ২০২১ চনতো একে ধৰণৰ কৌশলেৰে এটা পৰিয়ালৰ পৰা লক্ষাধিক টকা চুৰি কৰি নিছিল। সেইবাৰ তেওঁৰ লগত আছিল ভাতৃ ৰছিদ। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd