• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াকে ধৰি ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 12, 2024 10:49 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

653
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী বা চিএপিএফৰ কনিষ্টবল নিযুক্তি পৰীক্ষা অসমীয়াকে ধৰি ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে  জাৰি কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

চাকৰিৰ প্ৰাৰ্থীসকলে হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা আঞ্চলিক ভাষাৰ যিকোনো এটা ভাষাত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব। দেশৰ মুঠ ১২৮খন চহৰত অনুষ্ঠিত হ’ব CAPF কনিষ্টবল নিযুক্তি পৰীক্ষা।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে এই পদক্ষেপ মূলতঃ আঞ্চলিক ভাষাসমূহক গুৰুত্ব প্ৰদান আৰু সেইবোৰৰ  উত্তৰণৰ বাবে লোৱা হৈছে।

লগতে পঢ়কঃ পথ দুৰ্ঘটনাত প্ৰশিক্ষকসহ মৃত্যু মাৰাথনত বিশ্ব অভিলেখধাৰী এথলেট কেলভিন কিপটামৰ

হিন্দী আৰু ইংৰাজীৰ উপৰিও অসমীয়া, বাংলা, গুজৰাটী, মাৰাঠী, মালয়ালম, কানাড়া, তামিল, তেলেগু, ওড়িশা, উৰ্দু, পাঞ্জাবী, মণিপুৰ আৰু কংকনী ভাষাত কনিষ্টবল নিযুক্তিৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা হ’ব।

সুবিধা আৰু ভাষা অনুসৰি পৰীক্ষাৰ্থীয়ে কোন ভাষাত পৰীক্ষা দিব বিচাৰে সেইটো নিৰ্দিষ্ট কৰিব পাৰিব।

উল্লেখ্য যে বিজেপি আৰু মোডী চৰকাৰৰ বিৰুদ্ধে হিন্দী ভাষাক প্ৰাধান্য দিয়া আৰু আঞ্চলিক ভাষাসমূহক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

লগতে পঢ়কঃ ভাৰতৰ কূটনৈতিক জয়! কাটাৰে মুক্তি দিলে ৮ ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াক

ৰাজনৈতিক মহলে ভাৱে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অহিন্দীভাষী ৰাজ্যৰ যুৱক-যুৱতীক আকৰ্ষণ কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd