• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউনৰ মাজতে মহানগৰবাসীক খেদি ফুৰিছে দুই ‘ক’ৰ আতংকই; কি এই দুই ক?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2020 8:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’বলৈ গ’লে এতিয়া দুই ‘ক’ৰ আতংকই খেদি ফুৰিছে মহানগৰবাসীক। এফালে যদি সমগ্ৰ ৰাজ্যবাসীক মাৰাত্মক ক’ৰ’না ভাইৰাছে আতংকিত কৰি ৰাখিছে তাৰ সমান্তৰালকৈ বাৰিষাৰ কৃত্ৰিম বানপানীৰ কবলত পৰাৰ আশংকা মহানগৰবাসীৰ।

এজাক বৰষুণতে ভৰ্তি হয় মহানগৰীৰ নলা-নৰ্দমা সমূহ। যাৰ ফলত গেলা ভৰলুৰ বিষাক্ত পানীয়ে বুৰাই পেলাই ৰাজপথ, ঘৰ-দুৱাৰ। কৃত্ৰিম বানপানীয়ে যেন দিশহাৰা কৰি তোলে মহানগৰবাসীক।

Apply Now

ইপিনে, মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সমগ্ৰ দেশতে চলি আছে লকডাউন। যাৰ ফলত দেশৰ অৰ্থনীতিলৈ অশণি সংকেত অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বহু ক্ষুদ্ৰ ব্যৱসায়ী বা দৈনিক হাজিৰা কৰা লোক হতাশাৰ সন্মুখীন হৈছে। ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বহু লোক এতিয়া কাৰ্য্যালয় বন্ধ হৈ থকাৰ বাবে লাভ কৰা নাই মাহেকীয়া দৰমহা। যাৰ বাবে দিশহাৰা হৈ পৰিছে বহু লোক। এনে এক পৰিস্থিতিৰ মাজত কৃত্ৰিম বানপানীৰ কবলত পৰিলে এইসকল লোক কেনে এক অৱস্থাৰ সন্মুখীন হ’ব সেয়া কল্পনাৰো অতীত।

তদুপৰি, দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন ঠাইৰ নলা-নৰ্দমাসমূহ চাফা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। লেতেৰা জাবৰ জোথৰে ভৰি পৰিছে নলাসমূহ, বন্ধ হৈ পৰিছে পানীৰ চলাচল। এজাক মুখলধাৰ বৰষুণ দিলেই নলাৰ গেলা পানী মিশ্ৰিত হয় খোৱা পানীৰ টেংকিৰ লগত। যাৰ ফলত লেতেৰা তথা বিষাক্ত পানী সেৱন কৰিবলগীয়া হয় মহানগৰবাসীয়ে। ইয়াৰোপৰি নলাত পানী জমা হোৱাৰ ফলত মহৰ প্ৰকোপত থাকিব পৰা নাই মহানগৰবাসী।

ইপিনে, মহানগৰীৰ ডাউন-টাউনৰ কৃষ্ণকান্ত সন্দিকৈ উপপথৰ একেই দুৰৱস্থা। বাৰিষাৰ দিনকেইটা অনবৰতে পথৰ ওপৰত পানী জমা হৈ থকাৰ ফলত সৃষ্টি হয় যাতায়তৰ সমস্যা। গুৱাহাটী উন্নয়ন বিভাগে বানপানীৰ পৰা সকাহ দিবলৈ নলাসমূহ বহল কৰাৰ পৰিকল্পনা কৰিছিল যদিও লকডাউনৰ ফলত আধাতে সামৰিলে কাম-কাজ। নলাসমূহত পানী জমা হ’বলৈ আৰম্ভ কৰিছে, উন্মুক্ত হৈ থাকে নলাসমূহ, নাই কোনো ঢাকনি। যাৰ বাবে কৃত্ৰিম বানপানীৰ ফলত আন এক নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে পথচাৰী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd