• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ মাজতে হাইদৰাবাদত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , April 19, 2020 12:19 pm

1 min read

27.5k
VIEWS
Share on FacebookShare on Twitter

কামৰ সন্ধানত নগাঁও জিলাৰ কলিয়াবৰৰ পৰা হাইদৰাবাদলৈ যোৱা এজন যুৱকৰ মৃত্যুৰ বাতৰিয়ে কলিয়াবৰৰ ভেচেলিমাৰী গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি ভেচেলিমাৰী গাঁৱৰ শাৰীৰিক ভাৱে অক্ষম গোলাপ সুত আৰু নিৰুমাই সুতৰ কনিষ্ঠ পুত্ৰ ১৮ বছৰীয়া প্ৰশান্ত সুতে যোৱা ১৪ এপ্ৰিলত হাইদৰাবাদৰ এটা ভাড়া ঘৰত আত্মহত্যা কৰে।

হায়দৰাবাদ আৰক্ষীৰ লগতে মৃত প্ৰশান্তৰ কোনো বন্ধুৱে তেওঁৰ পৰিয়ালৰ লোকক ঘটনা সৰ্ম্পকে অৱগত কৰে বুলি জানিব পৰা গৈছে। ইফালে হায়দৰাবাদ আৰক্ষীয়ে প্ৰেৰণ কৰা ফটো চাই ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে মৃত প্ৰশান্তৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে।

পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাৰ লগতে হাইদৰাবাদৰ আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন স্থানীয় অৰক্ষীৰ হাতত পৰাহি নাই।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd