DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নগাঁৱৰ পুৰণিগুদামত মীন পালকৰ দুৰৱস্থা; পুখুৰীৰ পাৰত পেলাই দিছে শ শ মৰা মাছ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 18, 2020 10:32 am
2.3k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ বাবে ৰাজ্যৰ মীন পালক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। নগাঁও জিলাৰ পুৰণিগুদাম-চলচলিৰ এজন মীন পালকৰ বৰ্তমান হাহাকাৰ অৱস্থা।

চলচলিৰ ৰঙীয়া গাঁৱৰ বসন্ত শইকীয়া নামৰ মীন পালকজনে বিগত বিশ বছৰ ধৰি প্ৰায় সাত বিঘাৰ এটা ফিচাৰীত মীন পালন কৰি আহিছে, কিন্তু লকডাউনৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা পুখুৰীটোত মাছ মাৰিব তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

মাহ মাহ ধৰি মাছ মাৰিব নোৱাৰাৰ বাবে পুখুৰীটোত মাছৰ পৰিমাণ বৃদ্ধি হৈ শ শ মাছ মৰি ওপঙিবলৈ ধৰিছে।

ইয়াৰ আগতে কাহানিও এনে ৰোগে দেখা দিয়া নাছিল বুলি উল্লেখ কৰি বিভিন্ন ঔষধ প্ৰয়োগ কৰিয়ো একো সুফল পোৱা নাই বুলি জনাই মীন পালকজনে।

উপায়হীন হৈ তেওঁ এতিয়া ডাঙৰ-ডাঙৰ মৰা মাছবিলাক পুখুৰীৰ পৰা তুলি পাৰত পেলাই দিবলৈ বাধ্য হৈছে।

মীন পালন কৰিয়ে পৰিয়াল পোহপাল দিয়া বসন্ত শইকীয়াই ব্যৱসায়ৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় দুই লাখ টকা ঋণ লৈছিল।

কিন্তু এনে পৰিস্থিতিত এতিয়া কিদৰে ঋণ পৰিশোধ কৰিব সেই কথা মীন পালক গৰাকী তথা তেওঁৰ নিঃসহায় পৰিয়ালৰবৰ্গই ভাবি পাৰ পোৱা নাই।

চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে বিষয়টো অনুধাৱন কৰি তেওঁলোকক এই বিপদৰ পৰা ৰক্ষা কৰে তাৰ বাবে পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd