• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ মাজতেই কাজিৰঙাৰ পৰ্যটন বৰ্ষৰ সমাপ্তি; হ্ৰাস পালে ৰাজহ সংগ্ৰহ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 27, 2020 10:07 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি চলি থকা ল’কডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০১৯-২০ পৰ্যটন বৰ্যৰ সামৰণি পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা এক সমীক্ষা মতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনে ৪ কোটি ৭৫ লাখ ৮৩ হেজাৰ ৪৯১ টকাৰ ৰাজহ সংগ্ৰহ কৰে।

বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ হোৱা চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে পৰ্যটকৰ আগমনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি উদ্যান কৰ্তৃপক্ষই ৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ আশা কৰিছিল যদিও পৰ্যটন বৰ্ষৰ আৰম্ভনিতেই দেশজুৰি হোৱা ‘কা’ বিৰোধী আন্দোলন আৰু পৰৱৰ্তী সময়ত কভিড১৯ৰ বাবে হোৱা ল’কডাউনৰ ফলত আশা কৰা ধৰণেৰে ৰাজহ সংগ্ৰহ ন’লহ বুলি সঞ্চালক গৰাকীয়ে কয়৷

Apply Now

তেওঁ জনোৱা মতে চলিত বৰ্ষত কাজিৰঙালৈ মুঠ ১,৬৫,৭৪৯ গৰাকী দৰ্শনাৰ্থী আহিছিল। ইয়াৰে বিদেশী দৰ্শনাৰ্থী আছিল ১১,৩৯২ গৰাকী আৰু ১,৫৪,৩৫৭ গৰাকী আছিল দেশী দৰ্শনাৰ্থী৷

উল্লেখযোগ্য যে চলিত পৰ্যটন বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ আগমন বিগত বৰ্ষৰ তুলনাত যথেষ্ট বেছি আছিল। ইয়াৰ বাবে পৰ্যটকৰ সংখ্যাই দুই লাখ অতিক্ৰম কৰিব বুলি ধাৰণা কৰিছিল উদ্যান কৰ্তৃপক্ষই।

২০১৮ – ১৯ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১,৭৬,১৮১ গৰাকী দৰ্শনাৰ্থী আহিছিল। ইয়াৰে ৭,৪৪৩ গৰাকী আছিল বিদেশী আৰু ১,৬৮,৭৩৮ গৰাকী আছিল দেশী দৰ্শনাৰ্থী।

সাম্প্ৰতিক পৰিস্থিতৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙাই ২০১৮-১৯ পৰ্যটন বৰ্ষৰ তুলনাত ৬,৫৮  লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হয়। আনহাতে ২০২০-২১ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে এপ্ৰিল মাহত শূন্য ৰাজহ সংগ্ৰহেৰে উদ্যান কৰ্তৃপক্ষ এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd