• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ মাজতে এইকেইটা দিনত আপুনি ঘূৰি যাব পাৰিব ঘৰলৈ; মানি চলিব লাগিব নিয়ম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 3:48 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ মাৰ্চৰ পৰা একেৰাহে চলি থকা ল’কডাউনৰ ফলত বহু লোক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। বহু লোক নিজৰ ঘৰখনলৈ যাব পৰা নাই। সেইসকল লোকৰ বাবে কিছু পৰিমাণে সকাহ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে।

কিছু নীতি নিৰ্দেশনা মানি চলি ৰাজ্যৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকল গৃহলৈ তিনিটা দিনৰ ভিতৰত ওভটি যাব পাৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মানৱীয়কাৰ খাতিৰত আবদ্ধ হৈ থকা লোকসকলক অহা ২৫, ২৬ আৰু ২৭ এপ্ৰিলত  ঘৰলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা হ’ব।

‘এইটো কেৱল গৃহ অভিমুখী হ’ব। কোনোবা যদি কাৰ্য্যালয়ত কাম কৰে তেন্তে কাৰ্য্যালয় অভিমুখী হ’ব পাৰিব।‘ মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

তাৰ বাবে কেইটামান নিয়ম পালন কৰি লাগিব আবদ্ধ হৈ থকা লোকসকলে। মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা সেই নিয়মসমূহ তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল।

  • প্ৰথম পৰ্য্যায়ত ৰোগীসকলৰ ক্ষেত্ৰত ৰাতিপুৱা তেওঁলোক ঘৰৰ পৰা ওলাই আহিব মেডিকেল কলেজত দেখুৱাবলৈ। আৰু আবেলি তেওঁলোক ঘূৰি যাব। সেই পৰ্য্যায়ৰ অনুমতি পত্ৰ জিলা উপায়ুক্তসকলে ইচ্ছু কৰিব। এইসকলৰ বাবে এই নিয়ম তিনিদিন বুলি কথা নাই। লকডাউন শেষ নোহোৱা পৰ্য্যন্ত চলি থাকিব। তেওঁলোকে জিলা উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। ৰোগী অবিনতে এই অনুমতি পত্ৰ লৈ ভ্ৰমণ কৰিলে হ’ব শাস্তিমূলক ব্যৱস্থা।

 

  • দ্বিতীয় পৰ্য্যায়ত তিনিটা দিনত নিজৰ বাহনৰে ঘৰলৈ ওভটি যাব পাৰিব। কিন্তু তেওঁলোকেও জিলা উপায়ুক্তৰ অগ্ৰিম অনুমতি ল’ব লাগিব। গাড়ীৰ পঞ্জীয়ন আৰু গ্ৰাউণ্ডক লৈ সুখী নহ’লে উপায়ুক্ত সকলে অনুমতি নিদিবও পাৰে।

  • তৃতীয় পৰ্য্যায়ত কাম কৰা শ্ৰমিক সকলক কোনো কোম্পানী বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক বা ঠিকাদাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ নিব পাৰিব। কিন্তু ডাঙৰ বাহনৰ এখন গাড়ীত ২৫ জনতকৈ অধিক লোক যাব নোৱাৰিব। তেওঁলোকেও জিলা উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। এবাৰৰ বাবে এই অনুমতি ল’ব পাৰিব।

  • অন্তিম পৰ্য্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাহনৰে  যাব পাৰিব। যিসকলে এএছটিছি বাছৰে নিজৰ গৃহলৈ যাব বিচাৰে তেওঁলোকে এতিয়াৰে পৰা ১০৪ নম্বৰত ফোন কৰিব পাৰিব। সকলোৱে এই সুবিধা নাপাব কিয়নো এএছটিছিৰ ইমান বাহনো নাই। কিন্তু যিমান সম্ভৱ ঘৰলৈ পঠিওৱাৰ যত্ন কৰা হ’ব। ছাত্ৰ, মহিলা, বয়োজ্যেষ্ঠ লোকক অগ্ৰাধিকাৰ পাব।

আজি সন্ধিয়া ৮ বজাত মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কন্ফাৰেন্সৰ জৰিয়তে ৩৩ খন জিলাৰ জিলা উপায়ুক্তৰে এই সন্দৰ্ভত বিষদভাৱে কথা পাতিব বুলি তেওঁ উল্লেখ কৰে।

Apply Now
Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd