• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক গ’ল, গুৱাহাটীৰ ৰাজপথত এইবাৰ জ্বলিল অসম চুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2019 10:51 pm
Amid woes of Citizenship Bill, Assam accord burnt in Guwahati

গুৱাহাটীত বুধবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭৯ চনৰ পৰা ৬ বছৰীয়া অসম আন্দোলনৰ পাছত সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত ১৯৭১ চনটো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে লৈ স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি।

সেই চুক্তিক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ বিজেপি চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছিল যদিও অৱশেষত বুধবাৰে ৰাজ্যসভাত বিধেয়কখন উত্থাপনত ব্যৰ্থ হ’ল চৰকাৰখন।

Apply Now

বিধেয়কখন উত্থাপন নোহোৱাৰ মাজতে বুধবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ মহানগৰ শাখাই গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত দাহ কৰে অসম চুক্তি।

হিন্দুত্ববাদী সংগঠনটোৰ মতে ১৯৮৫ চনতে স্বাক্ষৰিত অসম চুক্তিখনৰ সুযোগতে অসমে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা গ্ৰহণ কৰিলে।

অসম চুক্তিক ‘পৃথিৱীৰ ইতিহাসৰ বিৰল ঘটনা’ আখ্যা দি পৰিষদৰ সভাপতি বলেন বৈশ্যই নৰ্থ ইষ্ট নাও-ক কয় যে বিদেশী খেদিবলৈ আন্দোলন কৰি ২০ বছৰৰ বিদেশীৰ বোজা গ্ৰহণ কৰা চুক্তি স্বাক্ষৰ কৰা ঘটনা পৃথিৱীৰ ইতিহাসত বিৰল।

বৈশ্যৰ মতে ‘১৯৫১ চনটোক ভিত্তি বৰ্ষ হিচাপে বিচাৰি ৮৫৫ জন চহিদ হৈছিল। সেই চনটোক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী বহিস্কৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰাৰ বাবেহে চহিদসকলে আত্ম বলিদান দিছিল।‘

তদুপৰি তেওঁলোকে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ দাবী কৰে যদিও লগতে দাবী কৰে যে ‘হিন্দু ভাৰতত বিদেশী হ’ব নোৱাৰে। ১৯৫১ৰ পাছত অহা মুছলমান বিদেশীসকলক চিনাক্ত কৰি হিন্দুসকলক ভাৰতৰ ৰাজ্যসমূহত ভগাই দিব লাগে।‘

আনহাতে, ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিছে যদিও তাক ‘একেবাৰেই অনৰ্থক’ আখ্যা দিয়ে সংগঠনটোৰ সভাপতিজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd