• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অব্যাহত মল্লযুঁজাৰুৰ প্ৰতিবাদ: ফেডাৰেচনক সকীয়নি ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 10:20 am
Wrestlers' Protests
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনৰ অভিযোগত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে। গত দেওবাৰে প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকল দিল্লী আৰক্ষীৰ দমনমূলক আচৰণৰো সন্মুখীন হৈছিল।

মল্লযুঁজাৰুসকল সন্মুখীন হোৱা এনে পৰিস্থিতিৰ মাজতে মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে বিবৃতি প্রকাশ কৰিছে৷ এই বিবৃতিটোত ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে দেওবাৰে নতুন সংসদ ভৱনলৈ প্ৰতিবাদী সমদলৰ সময়ত মল্লযুঁজাৰুসকলক আটক কৰি ৰখাৰ ঘটনাক গৰিহণা দিয়ে।

Apply Now

আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে লগতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণৰ বিৰুদ্ধে তদন্তৰ ফলাফলশূণ্যতাত হতাশাও প্ৰকাশ কৰিছে আৰু ৪৫ দিনৰ ভিতৰত ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত নহ’লে ফেডাৰেচনক নিলম্বন কৰাৰ হুংকাৰ দিছে।

বিবৃতিটোত সংস্থাটোৱে ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষক সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছে। আনহাতে ৪৫ দিনৰ সময়সীমাৰ ভিতৰত ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে ফেডাৰেচনক নিলম্বন কৰা হ’ব আৰু ইয়াৰ ফলত খেলুৱৈসকলে নিৰপেক্ষ পতাকাৰ তলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলি লগতে কয় ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে।

লগতে ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ভাৰতৰ প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি খেলুৱৈসকলৰ অৱস্থা আৰু সুৰক্ষাৰ বিষয়ে বুজ ল’ব আৰু তেওঁলোকে প্ৰকাশ কৰা উদ্বেগসমূহৰ ন্যায্য সমাধানৰ বাবে সংস্থাৰ সমৰ্থন পুনৰ নিশ্চিত কৰিব বুলিও ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে উল্লেখ কৰিছে।

 

UWW issues statement on Wrestling Federation of Indiahttps://t.co/TyNfSX57qW

— United World Wrestling (@wrestling) May 30, 2023

উল্লেখ্য যে, দেশৰ গৌৰৱ এই তাৰকা মল্লযুঁজাৰুসকলে দেওবাৰে সন্মুখীন হোৱা অকল্পনীয় পৰিস্থিতিৰ পাছতে মঙলবাৰে বিভিন্ন অলিম্পিককে ধৰি বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰা পদকসমূহ গংগাত বিসৰ্জন দি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিছিল।

অৱশ্যে কৃষক নেতা নৰেশ টিকাইটৰ হস্তক্ষেপত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে মঙলবাৰে হৰিদ্বাৰত গংগাত পদক বিসৰ্জনৰ পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰাখে। কিন্তু একে সময়তে মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মল্লযুঁজাৰুসকলে পাঁচ দিনৰ সময়সীমা বান্ধি দিছে।

অন্যথা গংগাত তেওঁলোকে দেশৰ হৈ লাভ কৰা মেডেল বিসৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে মল্লযুঁজাৰুসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd