• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2023 9:51 pm
broilers seized in Srirampur
111
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বহি:ৰাজ্যৰ পৰা ব্ৰয়লাৰৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো চলি আছে সৰবৰাহ। আজি কোৰকৰাঝাৰ আৰক্ষীয়ে এইদৰে বহি:ৰাজ্যৰ পৰা অনা ব্ৰইলাৰ ভৰ্তি ১০খন পিক আপ শ্ৰীৰামপুৰ গেটৰ পৰা জব্দ কৰিছে।

চলিত সপ্তাহৰ ভিতৰত আজি দ্বিতীয়বাৰৰ বাবে অসম-বংগ সীমান্তত জব্দ কৰা হৈছে এনে ব্ৰইলাৰ ভৰ্তি ট্ৰাক। যোৱা মঙলবাৰে একে স্থানতে ব্ৰইলাৰ ভৰ্তি চাৰিখন পিকআপ ভান জব্দ কৰিছিল আৰক্ষীয়ে।

এইদৰে জব্দ কৰা বাহনসমূহত পশ্চিম বংগৰ পৰা অসমলৈ ব্ৰইলাৰ চোৰাং ভাৱে সৰবৰাহৰ চেষ্টা চলোৱা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা এনে এখন বাহনত থকা এগৰাকী লোকে আৰক্ষীৰ প্ৰশ্নৰ উত্তৰত পশ্চিম বংগৰ বাৰবিছাৰ পৰা অনা বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে ভানত অহা লোকসকলে কোনো অপৰাধ কৰা নাই বুলি মন্তব্য কৰি ব্ৰইলাৰসমূহ বৰবিছাত বাহনকেইখনত ভৰোৱাৰ পিছতহে অসমৰ গোসাঁইগাঁৱত দিয়াৰ বাবে লৈ আনিছিল বুলি উল্লেখ কৰে।

তেওঁ লগতে তেওঁলোকৰ জীৱিকাৰ বাবে আন কোনো চাকৰিৰ সুযোগ উপলব্ধ নহয় বাবে এই কামৰ পৰাই জীৱিকা নিৰ্বাহ কৰে বুলি আৰক্ষীৰ আগত উল্লেখ কৰে।

উল্লেখ্য যে, ঝাৰখণ্ড আৰু বিহাৰত দেখা পোৱা এভিয়ান ইনফ্লুৱেঞ্জা ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে যোৱা ১০ মাৰ্চত অসম চৰকাৰে বহি:ৰাজ্যৰ পৰা ব্ৰইলাৰৰ আমদানি নিষিদ্ধ কৰিছিল।

কিন্তু নিষেধাজ্ঞাৰ পিছতো এইদৰে অবৈধভাৱে বহি:ৰাজ্যৰ পৰা ব্ৰয়লাৰৰ আমদানি অব্যাহত আছে বুলি এগৰাকী আৰক্ষী বিষয়াই স্বীকাৰ কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd